#sattriya #classicaldance #khirudborah
"অ' পূজাৰী....."
আপোনালোকলৈ আজি এটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দ্বাৰা ৰচিত আৰু তেওঁ সুৰ কৰা ৰাভা সংগীত Dance Cover video ৰূপে আগবঢ়ালোঁ। আশাকৰো আগৰ video সমূহৰ দৰে এইটো videoও আদৰি ল'ব।
উক্ত গানটিত কণ্ঠদান কৰিছে লোকনাথ গোস্বামী দেৱে।
সংগীত - ৰঞ্জন কুমাৰ ভট্টাচাৰ্য
Dance perform by Khirud borah
cinematography by Chandan gogoi
Негізгі бет অ' পূজাৰী /Dance cover/ khirud borah
Пікірлер