অসমৰ সংগীত জগতৰ মহীৰূহ ড০ বীৰেন্দ্ৰনাথ দত্ত। আকৌ গীত গালে ড০ বীৰেন্দ্ৰনাথ দত্তই... কৈ গ'ল এটাৰ পিছত এটাকৈ বহু গীতৰ আঁৰৰ কথা। 'ঝিলিৰ মাতত' গীতটোত বড়ো গীতৰ সুৰ কিয় ব্যৱহাৰ কৰিছিল? 'আকাশ আমাক অকনি আকাশ দিয়া' গীতটো শুনি নৱকান্ত বৰুৱাই কি কৈছিল? ড০ বীৰেন্দ্ৰনাথ দত্তৰ 'কল্পলোক'ত চিৰযুগমীয়া গীতৰ আঁৰৰ কথা। ঈশান নিউজৰ বিশেষ অনুষ্ঠান 'আঁৰৰ কথা'
An Exclusive Interview With the legend Dr. Birendranath Dutta
Host: Bhaswati Devi Sarma
Editing: Anup Jyoti Nath
Producer: Sushanta Dutta
Concept: Sushil Patowary
Asst. by: Sarangapani Bhuyan & Prajanma Saharia
An Ishan News Production
All Rights Reserved by Ishan News
#birendranathdutta #BirenDutta #Assamesemusic #Exclusive #ishannews
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews
Негізгі бет ড০ বীৰেন্দ্ৰনাথ দত্তই আকৌ গালে গীত || আঁৰৰ কথা W/ DR. BIRENDRANATH DUTTA ft. BHASWATI || ISHAN NEWS
Пікірлер: 11