Assamese song of #_Manna #_Dey / Lyrics by Keshab Mahanta / Melody and Music by Bhupen Hazarika / Lyrics of the song :
আকৌ এবাৰ লগ পাওঁ যদি
কথা : #_কেশৱ#মহন্ত ।
সুৰ-সংগীত : #_ভূপেন #_হাজৰিকা ।
আকৌ এবাৰ লগ পাওঁ যদি
লাগিবতো পাৰে ভাল
তোমাৰ কাষৰ এপলক মোৰ
হ'ব পাৰে চিৰকাল..!
আকৌ এবাৰ লগ পাওঁ যদি
লাগিবতো পাৰে ভাল
তোমাৰ কাষৰ এপলক মোৰ
হ'ব পাৰে চিৰকাল..!
আকৌ এবাৰ লগ পাওঁ যদি ।।
নিজে ধৰা দিছে, ঢাকি নেৰাখিবা
হওঁক চকুৰ টোপাল
নিজে ধৰা দিছে, ঢাকি নেৰাখিবা
হওঁক চকুৰ টোপাল
তাতে আছে মোৰ পোৱাখিনি আৰু
তোমাৰ যিখিনি হেৰাল...!
আকৌ এবাৰ লগ পাওঁ যদি
লাগিবতো পাৰে ভাল
তোমাৰ কাষৰ এপলক মোৰ
হ'ব পাৰে চিৰকাল..!
আকৌ এবাৰ লগ পাওঁ যদি ।।
এটি গধূলি সুন্দৰ কৰা
এপাহ গধূলিগোপাল..!
ৰাতিপুৱাৰ শূণ্য হিয়াত
হ'ব পাৰে চিৰকাল
এটি গধূলি সুন্দৰ কৰা
এপাহ গধূলিগোপাল..!
ৰাতিপুৱাৰ শূণ্য হিয়াত
হ'ব পাৰে চিৰকাল
তাতে আছে মোৰ পোৱাখিনি আৰু
তোমাৰ যিখিনি হেৰাল...!
আকৌ এবাৰ লগ পাওঁ যদি
লাগিবতো পাৰে ভাল
তোমাৰ কাষৰ এপলক মোৰ
হ'ব পাৰে চিৰকাল..!
আকৌ এবাৰ লগ পাওঁ যদি ৷৷
🌿🌼🌿
#people #technology #tech #techie #geek #illuminated #graph #invention #illustration
Негізгі бет Aakou Ebar Log Pawo Jodi ( আকৌ এবাৰ লগ পাওঁ যদি ) - by Manna Dey.
No video
Пікірлер: 20