অভয়াপুৰীত স্থাপন হৈছে সম্পূৰ্ণ নিভাজ খাঁটি সৰিয়হৰ তেলৰ কাৰখানা।
য'ত 100% খাঁটি সৰিয়হৰ শুদ্ধ তেল লাভ কৰিব পাৰিব।
এয়াই পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুমুৰীয়াত স্থাপন কৰা হৈছে সম্পূৰ্ণ নিভাজ খাঁটি সৰিয়হৰ তেল তৈয়াৰ কৰা কাৰখানা, যাৰ নাম ৰাজ কিষান মাষ্টাৰ অইল।
ইয়াত সৰিয়হৰে নিৰ্মাণ কৰা 100% শুদ্ধ তেল য'ত কোনোধৰণৰ কেমিকেল ব্যৱহাৰ নকৰা কৈ তেল প্ৰস্তুত কৰা হয় ।
এই তেল ব্যৱহাৰ কৰা সকলে তেলৰ বিশুদ্ধ তাৰ প্ৰমাণ পাইছে বুলি জনাইছে।
বঙাইগাঁও জিলাৰ লগতে অতি কম সময়ত ভিতৰত সমগ্ৰ অসমতে এই ৰাজ কিষান মাষ্টাৰ অইল উপলব্ধ হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।
Негізгі бет অভয়াপুৰীত স্থাপন হৈছে সম্পূৰ্ণ নিভাজ খাঁটি সৰিয়হৰ তেলৰ কাৰখানা
No video
Пікірлер