শকুনি বধৰ ভাওনা | সদৌ অসম শিশুনাট সমাৰোহ, ২০২৪ (শিৱসাগৰ) | All Assam Children Drama Competition
শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত আয়োজিত "সদৌ অসম শিশুনাট সমাৰোহ-২০২৪"ত জয়মতী মইনা পাৰিজাত, শলগুৰিয়ে পৰিৱেশন কৰা এখন সুন্দৰ নাটক "শকুনি বধৰ ভাওনা" আপোনালোকলৈ আগবঢ়াই দিছোঁ। নিশ্চয় ভাল পাব।
নাট্যকাৰ: মানসজ্যোতি বৰা
পৰিচালক: বাসৱ বাস্তৱ বৰুৱা
যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক- 6003582951
ধন্যবাদ🙏🙏🙏
#drama
#childdrama
#children
#pmbmix
Негізгі бет শকুনি বধৰ ভাওনা | সদৌ অসম শিশুনাট সমাৰোহ, ২০২৪ (শিৱসাগৰ) | All Assam Children Drama Competition
Пікірлер: 6