অকল হিন্দু মুছলমান kori থাকে বাকী একো নকই বস্তুৰ দাম বাঢ়িছে দেখা নাপায়
@indrajitbaruah1676
4 ай бұрын
সূৰ্যৰ পোহৰত জগতৰ সমষ্ট প্ৰানীয়ে দেখা পায় , বেচেৰা ফেঁচা সমাজে দেখা নাপায় গতিকে তেওঁ বিলাকৰ বাবে সূৰ্য দেৱতাই কি কৰিব !! উপায় নাই ।।
@LegendIshan
4 ай бұрын
সাৰদা লুই বাৰ্জাৰ জিন্দাবাদ
@rjlhan9842
4 ай бұрын
উত্তৰ প্ৰদেশত কংগ্ৰেছ ৪২ খন আহন কেনেকৈ পালে।
@হালোৱাৰপুতেকমই
4 ай бұрын
গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’ব লাগে ৷ মামা হাতও অসম বচাওঁ ৷
@JamalUddin-il2nt
4 ай бұрын
ভাবিছিলো মুখ্যমন্ত্ৰী কবপাৰে যে অসমৰ এজন বিখ্যাত ব্যক্তি হাফিজ ৰছিদ আহমেদ চাহাবক হিন্দু ভাই সকলে কয় ভোট নিদিলে তেওঁ আপচোছ কৰিব পাৰে কিন্তু তানহল,অসমৰ সন্মানৰ কথা আছিল যত
@brishnubhuyan8521
2 ай бұрын
এ জি পি নেটাজন ধুবুৰীত জিকা হ'লে মূখ্যমন্তীৰ মতে ধুবুৰী খন হিন্দু হৈ গ'ল হয় নেকি
@mayurranjan2889
4 ай бұрын
Kam nai eijon CM…You have said that you don’t want Muslim vote..Then why you are crying?
@Aysha.siddika.
4 ай бұрын
2026 ত মুখ্য মন্ত্রী gourob gogoi
@thedevogramstory7483
4 ай бұрын
আমি উজনি অসমৰ লোক সকলে সৰ্বানন্দক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছো। যদি এইটো নহয়, তেন্তে আমি সকলোলোকে আমাৰ ধাৰণাসমূহ সলনি কৰিব লাগিব আৰু গৌৰৱৰ সমৰ্থন কৰিব লাগিব।অসমৰ মানুহে পাঞ্জাবৰ পৰা জাতীয়তাবাদ কি শিকিব লাগে...
@RG-ch7kg
4 ай бұрын
Sarba ru kaam nai.
@spondancreation1874
4 ай бұрын
Aru Ami Lower Assam manuhei ketiyao Sonowal ba aan kunuba Ujnior netak CM hbo nidio, tohote Since independence axomt bhut raaj krili aru sab industries blk tat loi gli bt anymore, lower Assamk manuhk Inferior buli Consider kora mentalityk ami joi hbo nidio
@thedevogramstory7483
4 ай бұрын
@@spondancreation1874 atcha ok thn very good axomt majority krna laga 64 ta akal upper assam dia bjpk 44 ta so let's see ki kra BJP.. Aibr ami sob BJP mnuh congressi hom only for gourav and to save upper assam..
@gh12138.
4 ай бұрын
Ake duyu.......tohotoku sini napabu🙏
@KD-dj1iq
4 ай бұрын
Lower Assamor etaau val politicians nai, Mira Borthakur val kintu teuk vote nidilea. Upperor BJP leader kaita okol thanda hoi bohi thakea kamot nai .Himantai okol nijor property keneakea koribo lagea taak sini pai
@DipamanibharLiMedhi-tv4zj
4 ай бұрын
চাচা হৰা বাবে অন্তৰত দুখ পাইছে মামাই | 😂😂😂😂😂
@saurabhgogoi9410
4 ай бұрын
অসমত এক নম্বৰ সাম্ৰদায়িক মানুহ হিমন্ত আৰু সাম্ৰদায়িক দল বিজেপি। কেৱল হিন্দু মুছলিম কৰি শেষ কৰিলে।অসম। ভাৰতত হিন্দু মুছলমান মিলি জুলি।থাকিবই লাগিব আৰু কিবা উপাই আছে বুলি নাভাৱো
আৰে বাবা আমিও কংগ্রেছকে ভোট দিছো | আমাক কি ক'ব? ২৬ত ৰাজনীতি শিকাব তহতক | ধৈর্য্য ধৰ অলপ | মোদী এইবাৰ ৫ বছৰ চলাব নোৱাৰে |
@ratuldas4987
4 ай бұрын
নিজৰ চকী লৰ খালে ন ,,,এতিয়া যি টি বকি আছ
@hemchandraborah-vd6nz
4 ай бұрын
ইংৰাজী অসমীয়া ৰাজনীতি ধৰ্ম নীতি আদি বিষয়ত ডক্টৰেট ডিগ্ৰী ধাৰি বহুত লোক আছে। সময় বাগৰাৰ লগে লগে নতুন ফৰমুলা আহে। এতিয়া নতুন প্ৰজন্মই ধৰ্ম খাই জীয়াই নাথাকে এই বিজ্ঞানৰ যুগত।
@NiftaulRahmanVlogs
4 ай бұрын
আমি সাধাৰণ লোক বোৰে যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান কৰে আমি বহুত দুখ পাও।
Uper Assam t sakuni mamar din ukolil. North East sanoiky aji upper Assam t etihas huwar pothot. Ajmol k loi rajniti kora etihas hol. Ajmol CM hob buli kuwa mama r asol din ukolil. 2026 t hoitu upper Assam t mama r razniti etihas hoi rob. AGP already ses
@dipakgogoi4266
4 ай бұрын
Ajmol hora mane himonto horol onko jotil hoi porise neki 🎉
Very grateful and proud that people of Jorhat rejected those money minded leaders. Hope in next election people of Assam will vote for change. We expect a government that is by the people & for the people
@mkmusicboy1053
4 ай бұрын
Cm sir hindu muslim besi ke kori thakok nohole 2026 t kintu haribo
Пікірлер: 180