সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদৰ ফলত আমি নিউজট্ৰেক অসমে( NTA Cinema) মাত্ৰ দুটা বৰ্ষত এখন দীৰ্ঘ ছবি আৰু ৫০ খন চুটি ছবি নিৰ্মাণ কৰিলোঁ৷
নতুন নতুন সৰুবৰ কাহিনীৰ আধাৰত চুটি ছবি সমূহ নিৰ্মাণ কৰি আমাৰ youtube চেনেলটোৰ যোগে ৰাইজৰ মনোৰঞ্জনৰ বাবে আগবঢ়াই দি আহিছোঁ৷
সিমিত সাসৰঞ্জামৰে ছবিবোৰে নিৰ্মাণ কৰা হয়৷ তাৰোপৰি মাত্ৰ এটা দিনতে মাথো দেওবাৰ দিনটোত দৃশ্য গ্ৰহণ কৰিব লগীয়া হোৱাৰ বাবে বহুতো ভূল ক্ৰটি ৰৈ যায় সেইয়া আমি জানো; তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী! মাথো অভ্যাস কৰি আছোঁ আৰু এক নাট্যধাৰ অব্যাহত ৰখাৰ কিঞ্চিত চেষ্টা কৰিছোঁ!
আমাৰ এটাই মাথোঁ প্ৰয়াস,এই কৰ্মৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিভাৱান যুৱক যুৱতী তথা ইচ্ছুক পুৰুষ মহিলাই কেমেৰাৰ সন্মুখত কথা কোৱাৰ অভ্যাস কৰক,অনুপ্ৰেৰণা পাওক,অভিনেতা অভিনেত্ৰী সৃষ্টি হওক; সৃষ্টি হওক নাট্যকাৰ, চিত্ৰনাট্যকাৰ, কেমেৰামেন!
এইয়াই হৈছে News Track Assam ( NTA Cinema)ৰ লক্ষ্য আৰু উদ্দেশ্য!
জয়তু নিউজট্ৰেক অসম!
জয়তু এন টি এ চিনেমা!
এই কাহিনী কেৱল মনোৰঞ্জনৰ বাবেহে; ইয়াত উপস্থাপন কৰা চৰিত্ৰ সমূহ সম্পূৰ্ণ কাল্পনিক৷ কোনো জীৱিত বা মৃত ব্যক্তিৰ সৈতে এই কাহিনীটোৰ কোনো সম্বন্ধ নাই৷
#shortmovie
#assamesefilms
#assameseshortfilm
#ntacinema
#newstrackassam
#shortmovies
story Jadumoni Saikia
screenplay prasanta kumar borah
camera Ranjit das
Direction prasanta kumar norah
music/editing Gautam Pathak
producer Dr. Parashmoni Singha
co-prod. NTA Cinema
Негізгі бет অনুশোচনা ll ANUXUSONA lI assamese short film I অসমীয়া চুটি ছবিl
Пікірлер: 34