hello everyone বহুত দিনৰ মূৰত এটা ভিডিঅ লৈ আহিছোঁ 😊একেবাৰে কম খৰছতে applique বহুৱাই ডিজাইন কৰা এজোৰ কাপোৰ মই কেনেকৈ কৰিছোঁ লগতে দহি মই কেনেকৈ আৰু কি সূতাৰে কৰোঁ তাকেই দেখুৱাব খুজিছোঁ
আশা কৰোঁ ভিডিঅটো চাই আপোনালোকে ভাল পাব 😊
#bedikaphukan
#applique
#appliquedesign
#appliquework
Негізгі бет Applique Work😊কম খৰছতে এজোৰ ধুনীয়া কাপোৰ❤️দহি মই কেনেকৈ কৰোঁ😊
Пікірлер: 33