#Boikunthar_Pora
BOIKUNTHAR PORA
অসমীয়া ভক্তি মূলক গীত
পুৱাৰ হৰিনাম
টোকাৰী গীত
বৈকুণ্ঠৰ পৰা গুৰুজনাই
Bass - : Prasanta Pegu.
হৰিনামৰ প্ৰেমৰস
অমৃত নিধিক বান্ধি...
গুপ্ত কৰি থৈলা দেৱগণে !
দয়ালু শংকৰে পাই
তুলিমোদ দিলা ভাঙ্গি ..
এ সুখে পাই কৰে সৰ্বজনে।
বৈকুণ্ঠৰে পৰা
গুৰুজনাই
অমৃতলৈ আনিলে
গাগৰি ভৰাই,
কল্পতৰু বৃক্ষজুপি
দিলেহি সজাই
ভকতৰ মাজতে
জেউতি চৰাই।
যিটো মহামতি
গুৰুজনে,
হৰিভক্তি পন্থ উপদেশ দিয়া দুখময়
সংসাৰ পাৰ কৰে l
হেনয় পৰম
গুৰু ঋণ ,
পুঁজি গণ পতি
জানা নিষ্ঠ ,
অনন্ত উপায় নাহি
অঞ্জলিত পৰেl
এ ৰাম ৰাম ৰাম
এ দ্বাপৰ যুগত দৈৱকী নন্দন
অ কলিত কুসুম্বৰ ঘৰে
অ কৃষ্ণয়ে শংকৰ স্বৰূপ ধৰিয়া জগতক উদ্ধাৰ কৰে l
ঘোষাৰ মধ্যে মাধৱদেৱে
কৰে অঙ্গীকাৰ
শংকৰ বিনে পৰম গুৰু
নাহিকে আমাৰ
গুৰু নাহিকে আমাৰ।
জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুটয় সেহি স্থানে নিজৰ গুৰু ভৈলন্ত উদয় গুৰু ভৈলন্ত উদয়।
অ হৰি ৰাম হৰি
অ হৰি ৰাম নাৰায়ণ।
উত্তৰে আকাশী গঙ্গা
ভক্তি সৰোবৰ ,
মধ্য ৰাত্ৰি নমাইলন্ত
শ্ৰীমন্ত শংকৰ
গুৰু শ্ৰীমন্ত শংকৰ।
#assamesevoktisongs
#hari_naam
#harinaam
#ajit_kr_konch
#voktimulokgit
#kinumayatumar
#assamesevoktisongs
#zubeen
#hari_naam
#hori_naam
#harinam
#assamese_harinaam
#harinaam
#hari_nam
#horinam_songs
Bhakti mulak geet lyrics
Bhakti mulak geet mp3 download
Zubeen Garg Bhakti mulak Geet
Assamese Bhakti song mp3 download
Bhakti mulak song
Bhakti mulak geet Assamese
Негізгі бет অসমীয়া ভক্তি মূলক গীত//টোকাৰী গীত // বৈকুণ্ঠৰ পৰা গুৰুজনাই //
Пікірлер: 55