📌দেশত ঘূৰি ফুৰা বাবৰক বাহিৰলৈ দলিয়াই দিয়াৰ আহ্বান হিমন্তৰ!
📌হাৰিয়ানাত পুনৰ হিন্দু মুছলমানৰ ট্ৰাম কাৰ্ড খন খেলিলে হিমন্ত বিশ্ব শৰ্মাই !
📌দেশত মাদ্ৰাছা শিক্ষা নিবিচাৰো, ডাক্তৰ আৰু অভিযন্তা বিচাৰো, মোল্লা নহয় !
📌৬০০খন মাদ্ৰাছা বন্ধ কৰিলো বাকীবোৰো বন্ধ কৰিম !
📌নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধৰা হাৰিয়ানাত ,এইবাৰ তিষ্টি থাকিব নোৱাৰে বিজেপি !
📌হাৰিয়ানাত চৌদিশে চলিছে বিজেপি বিৰোধী ঢৌ !
Like, share and subscribe our channel.
Follow us on:
Facebook - facebook.com/nenownews/
Twitter - twitter.com/NENowNews/
Instagram - instagram.com/northeast.now
Негізгі бет অসমত ৬০০খন মাদ্ৰাছা বন্ধ কৰিলো বাকীবোৰো বন্ধ কৰিম,হিমন্ত বিশ্ব শৰ্মা!
Пікірлер: 77