#Sharemarket
#Mutualfunds
#equity
#propertyinvestment
বৃহৎ সতৰ্কবাণী
SIP মানে Systemetic Investment Plan, ই আপোনাৰ ধন Compoundingৰ এটা বিষয়, অৰ্থাৎ আপুনি জমা কৰা ধনৰ যি সুত পাই সেই সুত খিনিৰ পৰাও পুনৰাই সুত পাই,মানে Long term t টকাৰ পৰিমাণটো ই বৃদ্ধি কৰি গৈ থাকে,চক্ৰবৃদ্ধি সুতৰ দৰে l কিন্তু বহুতে এই বেপাৰটোক বেয়া কৰি দিছে মানুহক ভুল পথেৰে পৰিচালিত কৰি,অনুগ্ৰহ কৰি SIPবা Mutual Fundত নিবেশ কৰাৰ পূৰ্বে অলপ চালিজাৰি চাব,SEBI দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানৰ দ্বাৰাহে টকা জমা কৰিব,বহুতো ভাল ভাল প্ৰতিষ্ঠান আছে এবাৰ পুংখানুপুংখভাৱে দস্তাবেজবোৰ পাঠ কৰি ল’ব,পুনৰাই কৈছো এগুণত দুগুণ কৰি দিম বুলি আপোনাক কোনোবাই প্ৰলোভন দিলেই ভুল নাযাব,পাৰিলে চৰকাৰি বেংক বা প্ৰতিষ্ঠানৰ লগত প্ৰথমে আলোচনা কৰি চাওকl
My contact details
For email- pranjal.pratim17@gmail.com
For instagram- instagram.com/prranjalphazarika
Негізгі бет Ғылым және технология অযথা নহয়, ১০০% সঠিক স্থানত বিনিয়োগ কৰি হওক কোটিপতি l Power Of SIP, Mutual Fund l
Пікірлер: 64