বাংলাদেশৰ পৰা কেনেকৈ প্ৰৱেশ কৰিলে ধুবুৰীত ?
.
.
.
#bangladesh #india #dhubri #breakingnews
.
.
.
ধুবুৰীৰ যোগমায়া ঘাটত অবৈধ বাংলাদেশী মহিলা।
মহিলাগৰাকীৰ বিস্ফোৰণ:
সীমান্তত কটকটীয়া নিৰপতা ব্যস্তনিৰ মাজতেই ১৬ জনকৈ ব্যক্তিয়ে প্ৰৱেশ কৰিছে ধুবুৰীত।
ঢাকাৰ ফৰিদগঞ্জ জিলাৰ চাদপূৰত ঘৰ মহিলাগৰাকীৰ।স্বামীৰ সৈতে আহিছিল মহিলাগৰাকী।
Негізгі бет বাংলাদেশৰ পৰা কেনেকৈ প্ৰৱেশ কৰিলে ধুবুৰীত ?
Пікірлер