১২ বহাগ গোঁসাই উলিওৱা মেলা উপলক্ষে লাঠৰিবড়ি মিকিৰগাঁও সন্মিলিত নাট্য-গোষ্ঠীৰ নিবেদিত, ক্ষীতিশ বৰাৰ ৰচনা ও গোপাল নাথৰ পৰিচালনা আৰু দ্বীপেন চন্দ্ৰ নাথৰ বলিষ্ঠ অভিনয়েৰে "বন্দিনী" মঞ্চস্থ কৰা হ'ল । বিগত দুটা বছৰ লকডাউনৰ পিছত বহুত আগ্ৰহেৰে ওলাই অহা ন-পুৰণি কলা-কুশলী আৰু অভিনেতা অভিনেত্ৰীৰ অবাঞ্চিত দোষ-ক্ৰূটিৰ মাৰ্জনা মাগি আপোনাসৱৰ আশীৰ্বাদ বিচাৰিছোঁ ।। লগতে চেনেলটো চাবস্ক্ৰাইব কৰি আমাৰ শ্ৰমক প্ৰেৰণা দিব বুলি আশা ৰাখিছোঁ ।।
ধন্যবাদেৰে,
SEUJI AXOM : Mr PK
Негізгі бет || BANDINI || Best scene of A assamese Drama || 'বন্দিনী'ৰ কেইটিমান হাঁহি-কান্দোনৰ দৃশ্য ||
Пікірлер: 1