Sachai aami prati asamiyai Hazarika deb k loi gourab kora uchit.,aami bar vagyaban ....Hazarika deb r dare bohumukhi prayivar garakik laav kora babe...
@khokansantra5799
3 жыл бұрын
🌺🙏🌺🙏🌺
@prafullachdas3897
Жыл бұрын
ভূপেনদা আজি প্ৰতিজন অসমীয়াৰ হৃদয়ত সজীৱ হৈ আছে ।
@roktimk.6994
3 жыл бұрын
East or West Bhupen Hazarika is best.
@debajitbora8189
3 жыл бұрын
আগৰটোতকৈয়ো শব্দৰ উচ্চাৰণবোৰ স্পষ্ট আৰু মনপৰশা ৷
@taradoi7957
2 жыл бұрын
বহু অথ´ সমৃদ্ধ গান । ভূপেনদা আপুনিতো অজান দেশলৈ গলগৈ গতিকে আপুনি নেজানে ইফালে অসমীয়া জাতি ইতিমধ্যে মৃত্যু ঘটিল । জাতিটোৰ কথা ভাৱি বৰ দুখ লাগিছে ।
@antaripsexperiments836
Жыл бұрын
অসমীয়া জাতি ফিনিক্স পখীৰ দৰে পুনৰ জী উঠিছে। বিভিন্ন বিশ্ব ৰেকৰ্ড কৰিছে, অলিম্পিক পদক অৰ্জন কৰিছে, এভাৰেষ্ট আৰোহণ কৰিছে,বিদেশত বহু অসমীয়াই সুখ্যাতিৰে বিভিন্ন কাম কৰিছে। বহুত অসমীয়াই নীৰবে বহুত ভাল কাম কৰি আছে। জাতিটোক বিশ্ব দৰবাৰত সসন্মানেৰে প্ৰতিষ্ঠিত কৰিবলৈ সচেতন সকলো অসমীয়াই এই বহাগতে পণ লও আহক। হতাশা,কৰ্মবিমূখতা আতৰাই উলাহেৰে আগবাঢ়িব লাগিব।
@SMTcybo
2 жыл бұрын
আপোনাৰ প্ৰত্যেকটো গানেই অসমৰ জাতীয় গান।
@narayanbabubharali9846
3 жыл бұрын
💚❤👌🙏🙏
@binaborah5866
3 жыл бұрын
বৰ ভাল লাগিল গীতটোৰ ২য়টো সংস্কৰণ পাই ।
@jogendranathsarma1899
3 жыл бұрын
ONE of the best assamese song of Dr Bhupen Hazarika
Пікірлер: 61