চৈধ্য প্ৰসংগ : পুৱাৰ পাঁচ , আবেলিৰ তিনি আৰু ৰাতিৰ ছয় প্ৰসংগ মিলি চৈধ্য প্ৰসংগ। "চৈধ্য প্ৰসংগৰ নিয়ম প্ৰৱৰ্তন মথুৰাদাস বুঢ়া আতাৰ আধ্যাত্মিক দৰ্শনৰ কীৰ্তিস্তম্ভস্বৰূপ"। মই আজি আপোনালোকৰ ওচৰত বৰপেটা সত্ৰত নিয়মিতভাবে চলি থকা চৈধ্য প্ৰসংগৰ পুৱাৰ প্ৰসংগ( পাঁচটা) অংশ আগবঢ়ালো। ৰাইজে যাতে গ্ৰহণ কৰি মোক উৎসাহিত কৰে।
- Күн бұрын
।।Barpeta Satra।। Puwar prasang ।। Gunindra Nath Ojah ।।
- Рет қаралды 241,731
Пікірлер: 591