বসুধা নন্দনৰ বৈকুণ্ঠ লাভ | শঙ্খধ্বনি শিল্পী সমাজ, নাজিৰা | Bakhudha Nandonor Boikuntho Lav | Vauna
শিৱসাগৰৰ বিশিষ্ট অভিনেতা প্ৰয়াত যতীন্দ্ৰ নাথ শইকীয়া আৰু তেখেতৰ মাতৃ সৰুমাই শইকীয়াৰ সোঁৱৰণত পৰিয়ালৰ আমন্ত্ৰণ মৰ্মে প্ৰদৰ্শিত, সদৌ অসম ভাওনা প্ৰতিযোগিতাত ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা 'শঙ্খধ্বনি শিল্পী সমাজ, নাজিৰা'ৰ বিপুল জনপ্ৰিয় "বসুধা নন্দনৰ বৈকুণ্ঠ লাভ" নাটৰ ভাওনাভাগী আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশাকৰোঁ আপোনালোকে আঁকোৱালি ল'ব।
ভাওনাভাগীৰ বিভিন্ন চৰিত্ৰ সমূহ ৰূপায়ন কৰা শিল্পীসকল আৰু ভাওনাখনিৰ লগত জড়িত ব্যক্তিসকলৰ নাম-
১) সূত্ৰ - হৃদয় কৌশিক চহৰীয়া ৷
২) কৃষ্ণ - অবিনাশ দত্ত ৷
৩) বলোৰাম - শান্তনু ভৰালীয় ৷
৪) সত্যভামা - মৃণাল গগৈ ৷
৫) ঘটকাসুৰ- ভৰত পাটৰ ৷
৬) দেৱজিৎ - গোবিন্দ বল্লভ বৰগোহাঞি।
৭) বসুমতী - ৰঞ্জন দত্ত ।
৮)নৰকাসুৰ - উৎপল খনিকৰ ৷
৯) ইন্দ্ৰ - সুপ্ৰতিম দত্ত ৷
১০) পৱন - ধ্ৰুৱজ্যোতি মহন ৷
১১) কাৰ্তিক - দিপাঙ্ক বৰুৱা ৷
১২) বশিষ্ঠ - অৰূপ দত্ত ৷
১৩) বিশ্বকৰ্মা - অজয় দত্ত ৷
১৪) ইন্দুমতী - প্ৰণৱজ্যোতি হাজৰিকা ৷
১৫) ময়দানৱ - পংকজ ফুকন ৷
১৬) গৰুড় - জ্যোতিষ্মান কলিতা ৷
১৭) কুক্কুট - বদন শৰ্মা ৷
দোহাৰত - পৰাগ কলিতা, বিতুল দত্ত, অংকুৰ দুৱৰা, যিচুৰাজ গগৈ, সত্যব্ৰত গোস্বামী, পংকজ নেওগ, সুদৰ্শন দাস, বেদান্ত দত্ত, অভিজিত দাস, নিতুপৱণ গগৈ (বাঁহী)
সাজসজ্জা আৰু ৰূপসজ্জা - শ্যামকানু পোছাক ভাণ্ডাৰ ৷
শব্দ আৰু পোহৰ - জীৱন চুতীয়া ৷
ব্যৱস্থাপনা - প্ৰসেন গগৈ জ্যোতিষ্মান কলিতা, সৌৰভ দত্ত, পৰাগ দাস, বদন শৰ্মা, পৰমা খনিকৰ ৷
নাট্যৰূপ আৰু পৰিচালনা - উজ্জ্বল খনিকৰ, নাজিৰা ৷
দলটিৰ যোগাযোগৰ নম্বৰ- 7002714895
Cover Topic:
বসুধা নন্দনৰ বৈকুণ্ঠ লাভ
Bakhudha Nandonor Boikuntho Lav
bhavna
Assamese bhavna
Vauna video
vauna
Vauna viral video
vaona
Bhauna
Bhauna video
Vauna competition
all assam vauna competition
vauna assamese
bhauna assamese
Bhaona
vawna
bhaona assamese
assamese vauna
Assamese bhauna
assamese culture
vauna 2023
#vauna
#bhauna
#vaona
Негізгі бет Ойын-сауық বসুধা নন্দনৰ বৈকুণ্ঠ লাভ | শঙ্খধ্বনি শিল্পী সমাজ, নাজিৰা | Bakhudha Nandonor Boikuntho Lav | Vauna
Пікірлер: 11