Bauli Fagun 400 Episode Celebration 2024 | Rengoni tv | Assamese serial | MGV channel
৪০০ খণ্ড অতিক্ৰম বাউলী ফাগুন।
এয়া অসমৰ ৰাইজৰ আমাৰ প্ৰতি থকা মৰম, ভালপোৱা,আশীৰ্বাদ আৰু বিশ্বাস। এনেকৈ সকলোৰে সহযোগীতা আগলৈও কামনা কৰিলো। দৰ্শকেই হৈছে আমাৰ বাবে ভগৱান, আপোনালোকে আমাক এনেকৈ সদায় মৰম চেনেহ তথা আশীৰ্বাদ দি যাওঁক আৰু যাতে আমি সদায় ভাল ভাল কাম কৰি যাব পাৰোঁ। শ্ৰদ্বাৰ ৰাজেশ দা,অচিত দা,শ্বাহীন বা,ইনো বা, ৰিন্টু লগতে প্ৰথম পৰিচালক তপন বৰুৱা,য়াচিনুৰ আৰু বৰ্তমানৰ পৰিচালক কিৰণ লগতে সকলো শিল্পী-কলাকুশলী অভিনন্দন জনালো ❤️🎉💐
ইয়াৰ মাজতে আমাৰ এজন অভিনেতাকো হেৰুৱালোঁ। ৰাজীৱ তুমি য’ত আছা শান্তিত থাকা। ওম শান্তি🙏🙏🙏
#viralvideos
#baulifagun #RengoniTV #viralpost #follower #serial #actor #assamese #guwahati #manojgogoi #mgvchannel
Негізгі бет Bauli Fagun 400 Episode Celebration 2024 | Rengoni tv | Assamese serial | MGV channel
Пікірлер: 8