ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: facebook.com/rengonitv
KZitem: kzitem.info
Instagram: instagram.com/rengoni.tv/
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
Негізгі бет Ойын-сауық Bauli Fagun [ বাউলী ফাগুন ] || Ep - 425 || 11/07/2024 ||
Пікірлер: 120