Tati bap koti koti dhanyabad aapunak.apunar bhagwat bakkhaya r video r karone agrahore baat sai thaku...aaxa korisu agoloi bohutu nojona kotha aapunar pora Jani gyan ahoron koribo parim..prona prabhu ji..dhanyabad
তাতীবাপে অম্বুবাচী সাত সমন্ধে যি যুক্তি ডাঙি ধৰিছে অতি সন্তোষ জনক ব্যাখ্যা।যি সকলে সাতত তিনিটা দিন ধৰি গুৰু গৃহ ভাগৰ দুৱাৰ বন্ধ ৰাখে তেওঁ লোক অতিকৈ অজ্ঞানী বুলি কৈছে।
@AnilTantibhagawat
10 сағат бұрын
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক।
@jogeshofficial4566
3 күн бұрын
সন্ত কবীৰে কৈছে কোটি নাম সংসাৰ মে তাতে মুক্তি ন হোয়। আদি নাম জো গুপ্ত জপ বুঝে বিৰলা কোয়।। সেই গুপ্ত নাম কি? মাতৃ গৰ্ভত শৰীৰৰ সৃষ্টি হয়। গর্ভত থাকোতে সন্তানে ঈশ্বৰৰ নাম লয়। সেই সময়ত ভৌতিক সংসাৰৰ কোনো ভাষাৰ জ্ঞান সন্তানৰ নাথাকে। তেনেহ'লে কি ভাষাত ঈশ্বৰৰ নাম লৈছিল? যাক পাহৰি সংস্কাৰ অনুসৰি সংসাৰত বিভিন্ন ধৰণৰ নাম ল'বলৈ ধৰে। মাতৃ গৰ্ভত সন্তানৰ মুখ বন্ধ থাকে, কোনো শব্দ ব্যক্ত কৰিব নোৱাৰে। সেই অব্যক্ত বা গুপ্ত নাম কি আছিল?
@ujjalchaliha2793
3 күн бұрын
নাজানো আপুনিয়েই সকলো নেকি ?
@AnilTantibhagawat
3 күн бұрын
কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কুশলে ৰাখক
@anjandas7199
2 күн бұрын
আপুনি সঁচাকৈ গুৰুশঙ্কৰ ৰ কথা কৈছেনে.. শংকৰ দেৱৰ নীতি পালন হোৱা নাই নেকি
Пікірлер: 72