KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
ভাগৱত পাঠ আৰু ব্যাখ্যা. একাদশ স্কন্ধ part 8।
2 жыл бұрын
ভাগৱত পাঠ আৰু ব্যাখ্যা. একাদশ স্কন্ধ part 8।
Рет қаралды
57,472
media Enter10
1
1
Жүктеу
Пікірлер: 41
@atulokalita4134
Жыл бұрын
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ ভাগৱত কথা শুনিব পাই অতি আনন্দিত।
@rubigogoi258
8 ай бұрын
Krishna krishna krishna.....
@___aadi___x___
9 ай бұрын
🙏🙏🙏🙏
@user-fv9lo5nn1q
Жыл бұрын
কৃষ্ণ 🙏
@kalpanahazarika7631
Жыл бұрын
কৃষ্ণ প্ৰণাম প্ৰভু সমষ্ট।
@user-fv9lo5nn1q
Жыл бұрын
কৃষ্ণ
@ABb-xx7lq
4 ай бұрын
Khundar
@PabitraBorah-fs5xp
5 ай бұрын
সুন্দৰ
@jagatbania6764
8 ай бұрын
Krishna krishna
@abmonty7274
Жыл бұрын
কৃষ্ণ বাপ সকল সেৱা জনালো 🙏🙏🙏
@hiteshrabha7184
10 ай бұрын
Oti sondar duyo Jona Jai shree Krishna
@fokatiavideos3523
Жыл бұрын
মনোৰাম নাথে ভাগৱত পঢ়া ভিডিঅ' এটা দিয়ে যেন ধন্যবাদ জ্ঞাপন কৰিছোঁ,,🙏🙏🙏
@junumech7558
Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@kumudgayan1664
11 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@pinkidas9356
2 жыл бұрын
🙏🙏🙏 ৰাম কৃষ্ণ 🙏🙏🙏ৰাম কৃষ্ণ
@KanuBoruah-lp2ys
2 ай бұрын
Krishna Krishna pabhu
@bhugirathsahariah9001
Жыл бұрын
Val lagise bap
@ppkvlogs7008
Жыл бұрын
কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সোধন্ত দুনাই শুনা প্রভু জগতৰ বাপ। জানিলো সন্তৰ সঙ্গে তোহ্মাত ভকতি কৰি এড়াই তেৱে সংসাৰৰ তাপ।। তোহ্মাৰ সম্মত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি। কিন্তু বেদে ফুৰৈ গাই জ্ঞান বিনে গতি নাই আকে শুনি ভ্রমৈ মোৰ মতি।।১৯৬।। কতো বোলে কৰ্ম্ম কৰা কতো বোলে পৰিহৰা মিলৈ আত মনত সংশয় । তুমি বিনে নাহি আন তুমি শিৱ সৰ্ব্বজান বুজাই মোত কহিয়ো নিশ্চয়।। সংসাৰগৰ্ত্তত ইটো পড়িল সমস্ত লোক তাতে দংশিলেক কালসাপে। পৰম কৃপায়ে আৱে বাক্য অমৃতক সিঞ্চি উদ্ধাৰিয়ো জগতৰ বাপে।।১৯৭|| তোহ্মাৰ মুখৰ বাণী জানিয়া হেন বা ধৰৈ তড়ৈ ইটো দুৰ্ঘোৰ সংসাৰ।। নমো নমো নমাই মাথ হে প্রভু জগন্নাথ কৰা গতি সম্প্রতি আহ্মাৰ।। দেৱতাৰো দৃশ্য নুই অৰুণ চৰণ দুই মঞি থাকো ক্ষণেক নিৰেখি। মহাভাগ্যে দূৰ গৈল আজি পৰিচ্ছেদ ভৈল তোহ্মাৰ আহ্মাৰ দেখা দেখি।।১৯৮।। কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাইলো দিয়োক সিদ্ধান্ত নাথ তুমি। বিয়োগে আকুল কৰৈ ধাৰায়ে লোতক ঝৰৈ কান্দন্ত উদ্ধৱ হুম হুমি ।। ভকতৰ দেখি তাপ আকুল জগতবাপ সলোতক নেত্র ভৈল আতি। নসহে হৃদয় দেখি শোক পৰিহৰা সখি প্রবোধন্ত উদ্ধৱক মাতি।।১৯৯।। বোলন্ত মধুৰ বাণী তাপ তেজা মহামানী তুমি মহা সুহৃদ আহ্মাৰ। জানা ময়াময় ইটো সংশয় পুছিলা যিটো শুনিয়ো উত্তৰ তুমি তাৰ।। জ্ঞানে গতি কৱৈ বেদ লোৱা তাৰ পৰিচ্ছেদ আছৈ জ্ঞান ভকতিৰ মাজে। ভকতি কৰন্তে জানা আপুনি উপজৈ জ্ঞান যোগ চিন্তি মৰৈ মিছা কাজে।।২০০।। আউৰ কি তোহ্মাত বাজ জ্ঞানতো নাহিকৈ কাজ কেৱলে ভকতি তাড়ৈ লোক।। মোৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি পাৱৈ অপ্রয়াসে আসি মোক।। কৰ্ম্মৰো পুছিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰৈ আহ্মাৰ।। জনম গোঞাই বৃথা নুশুনৈ আহ্মাৰ কথা তাৰেসে কৰ্ম্মত অধিকাৰ।।২০১।। দুষ্ট চিত্ত যিটো জন বৃথা কথা বৃথা মন তাৰ কৰ্ম্ম সকলে বিফল। তিলেক নথাকে ৰৈ তেতিক্ষণে যাই বৈ আঁৱা ঘটৰ যেন জল।। ইটো কথা জানা সাৰ জ্ঞানত কৰ্ম্মত আৰ নকৰিবা বিশ্বাস কিঞ্চিত। শ্ৰৱণ কীৰ্ত্তন কৰা সুখে সংসাৰক তড়া দিয়া মোৰ চৰণত চিত্ত।।২০২।। জপ তপ তীর্থ স্নানে যিটো ফল মহাদানে জ্ঞান বৈৰাগত যেন ফল। যিটো গুণ নাম গাৱৈ বসি সিটো সুখে পাৱৈ দেখা কেনে ভকতিৰ বল।। জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰ নাহি গতিদাতা সংসাৰত। এহিসে কহৱৈ বেদ দিলো হেৰা পৰিচ্ছেদ লৈয়ো তুমি আমাৰ সন্মত।।২০৩।। শুনিয়োক সভাসদ মহাভাগৱত পদ কৃষ্ণকথা সংসাৰত সাৰ। আয়ু যায় আলে জালে ইটো ঘোৰ কলিকালে জ্ঞানে কর্মে নপাইবা নিস্তাৰ।। নকৰিয়ো জন্ম বৃথা শুনা ইটো কৃষ্ণ কথা ফুৰা ৰামনাম গলে বান্ধি।। ঐত আয়ু পাত ভৈলে ঘোৰ পৰলোকে গৈলে আকে লাগি মৰিবাহা কান্দি।।২০৪।। পৰম বান্ধৱ নাম শুনা আৰ গুণগ্রাম আতপৰে কোন পুণ্য আছে। যাত পৰে পাপী নাই তাকো তাড়ৈ নামে পাই কুল ক্রিয়া একোৱে নবাছে।। দহৱৈ পাতেকচয় কৰৈ পুণ্য অভ্যুদয় মিলাৱৈ মুকুতি সুখ সুখে। বোলন্তো নাহিকৈ শ্ৰম শুনন্তে অমৃত সম হেন নাম কিয় এৰা মুখে।।২০৫।। ইটো কলিকালে সাৰ নাম বিনে নাহি আৰ নামতে সমস্তে পুণ্য বীজৈ। যত তপ তীর্থ স্নান মন্ত্র জাপ্য যোগ জ্ঞান নাম উচ্চৰন্তে সৱে সিজৈ।। নামত দিয়োক চিত নামেসে সুহৃদ হিত সংসাৰ ব্যাধিৰ মহৌষধি। এড়ি হেন হৰিনাম কৰি মৰৈ আন কাম তাত পৰে নাহিকে বিবুধি।।২০৬।। কৃষ্ণেসে পৰম দেৱ ব্রহ্মা হৰে কৰৈ সেৱ জানি তান ভজিয়ো চৰণে। পৰলোক বন্ধু হৰি তানেসে স্মৰণে তড়ি আন গতি নাহিকে মৰণে।। কালে ধৰিলেক পৰা মিছাত বিলম্ব কৰা চিন্তা হৰি ভকতিৰ কাম। আয়ু যায় ক্ষণে ক্ষণে কৃষ্ণৰ কিঙ্কৰে ভণে নিৰন্তৰে বোলা ৰাম ৰাম।।২০৭।। .....................
@chandanhazarika9804
2 жыл бұрын
বাপ একাদশ স্কন্ধ আৰু পাঠ আগবঢ়ায়ক 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ
@suboldas4814
2 жыл бұрын
Krishna BAP pronam
@gitikakalita5413
Жыл бұрын
Ram. Ram. 🌹🙏🌹
@chandanhazarika9804
2 жыл бұрын
বাপ কৃষ্ণ সুন্দৰ ...আৰু পাঠ আগবঢ়ায়ক
@bipulsaikai1038
2 жыл бұрын
"কৃষ্ণ কৃষ্ণ 🙏"
@user-fv9lo5nn1q
Жыл бұрын
কৃষ্ণ বাপ
@ranjitkalita3426
2 жыл бұрын
Krishno
@hirengogoi6431
2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ পাঠাক বাপ জনা আপনাৰ মাত বা সুৰ সুন্দৰ কিন্তু আপুনি পঢ়া ভাগৱত ভাগি কাৰ কৃপাত পালে বাৰু? আপোনি অকণমান চিন্তা কৰি চাওক!আপোনাক গুৰু স্মৰণ কৰা নুশুণিলো। অপৰাধ মাৰজানা কৰিব।
@bhugirathsahariah9001
Жыл бұрын
Good bap
@guptakumardeka5092
Жыл бұрын
Krishna bap
@suboldas4814
2 жыл бұрын
Krishna
@rupantadeka9452
2 жыл бұрын
বহতো,ভাল লাগিল,দাদ🙏
@dilipdas3549
2 жыл бұрын
কৃষ্ণ প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰিব
@BukashBordoloi-sk9lo
5 ай бұрын
বহুত ধুনীয়া বাপ, কৃষ্ণ কৃষ্ণ কৃষ্ণ.....
@user-qp3xl6eq5r
Жыл бұрын
কৃষ্ণ কৃষ্ণ
@jagatbania6764
8 ай бұрын
Ratanpur
@kanakdeka512
6 ай бұрын
কৃষ্ণ ৷ বৰ ভাল লাগিল ৷
@prasantakumarnath9469
2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@abinashkalita9242
2 жыл бұрын
শ্ৰদ্ধাভাজন ব্যাখ্যাকাৰজনে আসন অলংকৃত কৰা বুলি নিজে ক’ব নালাগিছিল।আয়োজক পক্ষই ক’লেহে ভাল শুনি।
@bimalakarki6879
10 ай бұрын
rám яqм
@ankur3360
2 жыл бұрын
কৃষ্ণ
Пікірлер: 41