অসমত বহু ব্যাখ্যাকাৰ আছে যদিও আপোনাৰ ব্যাখ্যা অনন্য। বহু কথা জানিলো আপোনাৰ পৰা। শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছো আপোনাক।
@sanskritaboro239
4 ай бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দর বাখ্যা বাপ ঈশ্বর
@guleshwarbora5700
6 күн бұрын
Krishna bht bhl paisu
@funusenapoti9220
4 ай бұрын
আপোনাৰ অমৃত কথা শুনি খুব সুখী হ'লো। ভাগৱতৰ অমৃত কথা শুনিবলৈ খুব ইচ্ছা যায় কিন্তু ইমান সুন্দৰ কৈ ব্যখ্যা শুনিবলৈ নাপাওঁ, এই ভিডিঅ' টিৰ যোগেদি ভাগৱতৰ এই ব্যাখ্যা শুনিবলৈ পাই পৰম সুখী আৰু নজনা কথা জানিব পাৰিলো 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ।
Пікірлер: 184