ভোমোৰা গছ চিনি পাইনে ?আচৰিত উপকাৰিতা আছে ভোমোৰাৰ ৷
ভয়েৰা ৷
#assam
ভোমোৰা ফলৰ পুলি আৰু ফলৰ বাবে যোগাযোগ কৰক:
9706853731
9854449990
বহেৰা ৷ভোমোৰা (Bellirc myrobolam) । অসমৰ সকলো ঠাইতে জন্মে। কিন্ত এই বিধ অতি মূল্যবান ঔষধী গছজোপা বৰ্তমানে নোহোৱা হোৱাৰ নিচিনা হৈছে। বৈজ্ঞানিক নাম Terminalia bellrica. গ্ৰীস্ম কালত এই গছত ফুল ধৰে আৰু ফল হৈ শীত কালত ফল পুৰঠ হৈ নিজে নিজে সৰি পৰে। ইয়াৰ পাতবোৰ বট গছৰ পাতৰ দৰে দেখি। ভোমোৰাৰ ফল দুই ধৰণৰ দেখিবলৈ পোৱ যায় । এবিধ ঘুৰণীয়া আনবিধ ডিমাকৃতি। এই গছৰ ছাল,ফল দৰবত ব্যৱহাৰ হয়। ঔষধী গুণৰ ভিতৰত বিশেষকৈ চুলিৰ অকাল পক্কতা,শ্বাস আৰু পানী লগা,ছিটিকা ঘা,অতিসাৰ ইত্যাদি ।
Негізгі бет Тәжірибелік нұсқаулар және стиль ভোমোৰা গছ চিনি পাইনে ?আচৰিত উপকাৰিতা আছে ভোমোৰাৰ
Пікірлер: 5