নমস্কাৰ, সকলোকে ভক্তিপূৰ্ণ সেৱা আগবঢ়ালো। শ্ৰীশ্ৰীগোবিন্দ মহাপ্ৰভুয়ে সকলোকে কৃপা কৰি কুশলে ৰাখক।
মনিকাঞ্চন ৰংগক্ষেত্ৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ, মাজুলীত অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহ-2022 ৰ পৰা আমাৰ চেনেলৰ যোগেদি আপোনালোকলৈ ভাওনাৰ Video দিবৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। আশাকৰোঁ আপোনালোকৰ সঁহাৰি পাম।
ভাওনা আমাৰ জাতিৰ এক চহকী সম্পদ। যদিও ভাওনা গুৰুদুজনাই ব্ৰজাৱলী ভাষাতেই ৰচনা কৰিছিল, বৰ্তমান দিনত সেই ভাওনাকে আজিৰ সমাজে চলিত মাতৃভাষাত সুন্দৰকৈ উপস্থাপন কৰিবলৈ লৈছে। ভাওনাৰ আমাৰ সমাজত কিমান প্ৰভাৱ সেইয়া আমাৰ দৰে অজ্ঞানী এজনে বুজাবলৈ যোৱাটো এক মূৰ্খামি হে হব। হে ভাওনা প্ৰেমী ৰাইজ হে সংস্কৃতি প্ৰেমী ৰাইজ আপোনাসবৰ শ্ৰীচৰনত সেৱা জনাই আমি ভাওনাৰ video সমূহ আহবঢ়াই দিছোঁ। অনেক অপৰাধ হব পাৰে আপোনালোকে নিজ গুনে ক্ষমিব বুলি প্ৰাথনা জনালোঁ।
ভাওনাৰ দৃশ্য লিংক= • ভাওনা/অসম ভাওনা সমাৰোহ...
#assamese
অসম_ভাওনা_সমাৰোহ_২০২২
#Newlight_axom
#assamese
#youtube
#assamese_web_series
#newlight_axom
#majuli
#Asom_Bhauna_Samaroh
#Auniati_Satra
Негізгі бет Ойын-сауық ভাওনা//ৰাম-পৰাজয় সীতাৰ পতাল গমন/লৱ-কুশৰ যুদ্ধ/ভাওনা সমাৰোহ/প্ৰথম স্থান প্ৰাপ্ত// মাজুলী Bhauna অসম
Пікірлер: 61