শদিয়াৰ দলপানী গাঁৱৰ বাসিন্দা উদ্যমী খেতিয়ক হৃদয়ানন্দ গগৈ আৰু তেখেতৰ এজন লগৰীয়াই ভোত জলকীয়াৰ খেতি কৰি এক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দৈনিক প্ৰায় ১৫০০০.০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এই খেতিৰ বিষয়ে জানিবলৈ ভিডিঅটো সম্পূৰ্ণ চাওঁক।
তেখেতে এই পুলি বিলাক যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা কেনেকৈ আনিলে জানিবলৈ তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব।
তেখেতৰ ফোন নং 7086908755
Hridayanand Gogoi, an enterprising farmer from Dalapani village in Sadiya, and a friend have created a surprise by growing Ghost peppers. Watch the full video to learn about this farming which is able to earn about Rs. 15000.00 daily.
#jintuvlogs #ghostpepper #sadiya #bhutjolokia
Негізгі бет ভোত জলকীয়াৰ খেতি কৰি লাভবান হওঁক || Ghost pepper (Bhut Jolokia) Cultivation
Пікірлер: 67