Apunak jadi bastabat lag palu hoy? Bakiburtu xakalu tention diya manuh
@bijubaishya3574
3 ай бұрын
Dada mur bht problem soli ase apunr kthabur hunu olp montu Val Lage ki kru ki nokoru hoisu
@kabitabaruah2864
Ай бұрын
দাদা, মোৰ পৰিচয় কবিতা বৰুৱা অসম সাহিত্য সভাৰ আজীৱন সদস্যা মাইনা পাৰিজাতৰ তথা দলগাওঁ শাখা সম্পাদিকা মই 3 class পৰা কবিতা গল্প নাটক সাধু কথা প্ৰৱন্ধ মঞ্চ নাটকৰ অভিনয় কৰোঁ লগতে লিখোঁ নিজে লিখা গানত কণ্ঠদান কৰোঁ কিন্তু মই ট্ৰেইনিং লোৱা নাই বিভিন্ন কণ্ঠ বুঢ়ি আইতা অকণমানি মাইনা নবও জনী ছোৱালী বোৱাৰী উজনি নামনি আদিবাসী বেঙ্গলী হিন্দী ভাষাৰ কণ্ঠত বেঙা বোবা অন্ধ কলা সকলো চৰিত্ৰৰ এক্টিং কৰোঁ নাচিব চেষ্টা কৰোঁ কাবাডী খেলাৰ dist গৈছে খেল মহাৰণ লৰা ছোৱালী অকণমানি মাইনা কণ্ঠ গান গাই ভাল পাও মাজে মাজে গাঁও কিন্তু কপালত নাই মই বিশ্ব গৌৰৱ অৰ্জন কৰিব মন আছে কিন্তু আমাৰ ঘৰ যিহেতু যোৰহাট so দলগাও মঞ্চ দিবলৈ টান পাই তাৰ মাজতে কেইজন মানে দিয়ে আমাৰ তিনি ভাই এইবোৰ telent আছে, আমি দুৰ্ভগীয়া দেউতা on deuty dead হৈছে বহুতো বেদনাৰ মাজত জী আছোঁ মৃত্যুৰ লগত যুঁজি pls help কৰে আমাক আগুৱাই যোৱাত অভিমন্যুই যুদ্ধত অৱতীৰ্ণ হয় যেনেদৰে মৃত্যু হয় দেউতা তেনেকৈ মৰিলে আজি মা আছে পেঞ্চন টকাৰে জী আছোঁ মা হেৰাই গলে সকলোঁ শেষ কি কৰিম সকলো ভগবানৰ ওপৰত এৰি দিছোঁ আমাক পুলিচ মিডিয়া বা ওচৰৰ কোনোৱে help নকৰে মই ছোৱালী হৈ অকলে যুজিছোঁ মোৰ হিয়াৰ দাপোনত মা দেউতা শিৱ পাৰ্বতী তিনি ভাই ত্ৰিদেব ৰূপে অনবৰতে পূজা কৰোঁ মোৰ লগতে সকলোকে আগোৱাই নিব চেষ্টা কৰোঁ মই job বাবে লাগি আছোঁ আৰ্শীবাদ কৰিব মই যাতে সফল হও, আপুনি মোক ভন্টি হিচাপে মানি মোক help কৰিব নে pls,god bless u
@kabitabaruah2864
Ай бұрын
My add kabita Baruah from dalgaon town Assam India pin code 784116.dist darrang. Thanks.মই মাৰ কপালত তেজ চিনেমাত অভিনয় কৰিব বাবা দাই মাতি আছে যাম বুলি ভাবিছোঁ।
@dulumanikalita843
4 ай бұрын
Xaday notun natun kiba ata powar axaat thaku. Dirghayu ho ok apuni .jate apunar Ane kothai jiyae thakar prerna pao
Пікірлер: 74