১৪০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ। পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা মল্লযোদ্ধা ভিনেশ ফগাটক। জোখতকৈ ওজন অধিক হোৱাৰ বাবে অযোগ্য ঘোষণা। ভিনেশ ফগাটক দেশৰ গৌৰৱ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। ভিনেশ ফগাট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট।
#PratidinTime #ParisOlympics2024 #VineshPhogat
Негізгі бет ভিনেশ ফগাট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট.....
Пікірлер: 7