কুমুদ বৰঠাকুৰৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , অৰুণ শৰ্মাৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি "বিষণ্ণ প্ৰহৰ" আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।
আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
#assamesefilm
#assamesemovies
#assameseshortfilm
#assameseshortmovie
#lumixgx85
Негізгі бет বিষণ্ণ প্ৰহৰ II অসমীয়া চুটি ছবি II BIKHANNA PRAHAR II Asaamese short film
Пікірлер: 35