বহুত বহুত ভাল লাগিল ৷ সংগীতৰ অ-আ-ক-খ ৰ জ্ঞান আমাৰ নাই কিন্তু অনুভৱ হৈছে মৌলিক ৰাভাৰদৰে বিৰল প্ৰতিভাক আগুৱাই যাবলৈ তেওঁক অৰ্থৰ প্ৰয়োজন আছে ৷ এই ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে সংগীতপ্ৰিয় কোনো আৰ্থিকভাৱে স্বচ্ছল ব্যক্তি আগবাঢ়ি আহিলে ডাঙৰ কাম কৰা হ’ব বুলি ভাবোঁ ৷ধন্যবাদ৷৷
Пікірлер: 100