ভাৰত ৰত্নক লৈ জুবিন গাৰ্গৰ বিতৰ্কিত ভাষ্যই ৰাজ্য তোলপাৰ লগোৱা সময়তে বিষয়টোক লৈ চাঞ্চল্যকৰ মন্তব্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ। হিমন্তবিশ্বৰ মতে, জুবিন গাৰ্গক ধ্বংস কৰিবলৈ তত্পৰ হৈ পৰিছে একাংশ বিশিষ্ট ব্যক্তি। আনপিনে, দেওবাৰে এক আপডেটযোগে বিতৰ্কিত অডিঅ’ ক্লীপটো নিজৰ বুলি স্বীকাৰ কৰিছে জুবিন গাৰ্গে।
- 5 жыл бұрын
‘বিশিষ্ট’ ব্যক্তিয়ে পুৱা ৪ বজাত মন্ত্ৰীক দিছিল অডিঅ’ ক্লীপ || Himanta on Zubeen Garg & audio clip
- Рет қаралды 494,332
Пікірлер: 281