বিধায়ক হ’ল, কিন্তু শিষ্টাচাৰ নিশিকিলে। নেতা হ’বলৈ ভোট বিচাৰি বহু ভাষণ দিলে, কিন্তু জনপ্রতিনিধিয়ে কেনেকৈ কথা ক’ব লাগে সেয়া নিশিকিলে। আমি আকৌ ক’ব বিচাৰিছো আচাৰ-ব্যৱহাৰ নজনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে। আজি ৰূপজ্যোতি কুৰ্মীয়ে ঘোচা মাৰি নাক-মুখ ভাঙি দিয়াৰ দিলে ধমক। পিছে কাক দিলে এই ধমক?
#pratidintime #assam #rupjyotikurmi
Негізгі бет বিধায়ক হ’ল, কিন্তু শিষ্টাচাৰ নিশিকিলে
Пікірлер: 104