ৰাইজে বিচাৰিছিল সংসদৰ মজিয়াত বাঘৰ দৰে গুজৰিব সাংসদ ফণীভূষণ চৌধুৰীয়ে। পিছে ৰাইজে ভবাটো ওলোটা হ’ল। বিধানসভাৰ মজিয়াৰ দৰে সংসদৰ মজিয়াতো শুই পৰিল সাংসদ ফণীভূষণ চৌধুৰী।
#PratidinTime #assam #parliament #phanibhusanchoudhury #AGP
Негізгі бет বিধানসভাৰ মজিয়াৰ দৰে সংসদৰ মজিয়াতো শুই পৰিল সাংসদ ফণীভূষণ চৌধুৰী....
Пікірлер: 406