সুন্দৰ, অতি সুন্দৰ।অভিনয় বিলাকত কোনো কৃত্ৰিমতা নথকাৰ কাৰণে,ঘটনা বিলাক সঁচা সঁচা লগাকৈ উপস্থাপন কৰিব পৰাৰ কাৰণে চিনেমাখনে দৰ্শকৰ মন চুই যাব পাৰিছে।শৰ্মা ডাঙৰীয়া আৰু টীমটোলৈ ধন্যবাদ ও আশীৰ্বাদ থাকিল।
@Rashmi_Rekha_Gogoi
11 күн бұрын
Vote for diamond chaliha??
@manjulaborah1351
Ай бұрын
ইমান ইমান হাঁহি উঠা অসমীয়া চিনেমা প্ৰথম বাৰ চাইছো, সকলোৰে অভিনয় খুউব সুন্দৰ ও সহজ সৰল,মজাজাজাজাজা,সকলোলৈ বহুতো শুভেচ্ছাৰে❤❤❤❤🎉🎉🎉🎉
@injudhanyabadbaideuxundorr7655
Ай бұрын
ইমান এটা অসাধাৰণ চৰিত্ৰ সুন্দৰ কৈ ফুটাই তোলাটো অভিনেতা জনৰ পাৰদৰ্শিতাৰ লগতে এক অনন্য মাত্ৰা প্ৰদান কৰিছে।❤
@ranjubhuyan7641
29 күн бұрын
Sundor ovinoy.bohut val lagil .
@ranjubhuyan7641
29 күн бұрын
Cinemakhon Sai kuoob val paluu
@AnjuuuDutta
Ай бұрын
সুন্দৰ অভিনয় 👌 বহুত অনজয় কৰিলোঁ।
@bunibhuyan9690
15 күн бұрын
বৰ ভাল লাগিল৷
@ritahazarika6108
Ай бұрын
অসীম শৰ্মা ডাঙৰীয়াই সচাকৈয়ে খুব সুন্দৰ অভিনয় কৰিছে৷ চৰিত্ৰটো ইমান সুন্দৰকৈ ফুটাই তুলিছে বিৰাট ভাল লাগিছে ৷
@JayantaChangmai-bs3py
Ай бұрын
অসীমদা(জিন্টোদা), আপোনাৰ অভিনয় চালোঁ,সঁচাকৈ ভাল লাগিল,এই চৰিত্ৰটোৰ যোগেদি সমগ্ৰ অসমত আপুনি এটা নতুন পৰিচয় লাভ কৰিলে,অভিনন্দন জনালো জিন্টোদা আপুনি আগবাঢ়ক
@kartikkalita5772
Ай бұрын
MLA Sir😂 acting super👌bhut vl lgil apunar kotha bor
@DugdhanathBorthakur-lm7fq
Ай бұрын
MLA sir acting super 👌 🙏
@surenboruah3241
Ай бұрын
MLA sir, acting superb 👌🙏
@srutidharadutta896
Ай бұрын
বহুত ভাল লাগিল ❤
@hdcreations2979
Ай бұрын
এগৰাকী সুদক্ষ অভিনেতা ৷ আৰু ভাল অভিনয় চোৱাৰ ইচ্ছা থাকিল ৷
এটা কথা কি জানা বা এখন চিনেমা এটা কাল্পনিক কাহিনীৰে লিখা হয় আৰু নিৰ্মাণ কৰা হয় যি সকলে কৈছে যে MLA চাৰ ৰ এগৰাকী মহিলা হোৱা হলে মানুহে হাঁহিলে হেঁতেন নে কিন্তু মই কওঁ যে এইবোৰ চৰিত্ৰ সকলো কাল্পনিক চৰিত্ৰ আৰু হইটো যি জনে কৈছে তেওঁ চাগে চিনেমা খন আৰম্ভ হোৱাৰ আগত এটা বাৰ্তা দিয়া হয় তেওঁ হয়টো সেই বাৰ্তা টো তেওঁ নপহিল😂😂
Пікірлер: 73