KZ
item
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Кіру
Тіркелу
Кіру
Тіркелу
Негізгі бет
Трендинг
Журнал
Ұнаған бейнелер
Ең жақсы KZitem
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Негізгі бет
বিদ্যালয়লৈ একাংশ ছাত্ৰই কি আনে চাওক
Күн бұрын
বিদ্যালয়লৈ একাংশ ছাত্ৰই কি আনে চাওক
Рет қаралды
16,184
LAKHIMPUR TODAY
1
1
Жүктеу
Пікірлер: 51
@basantidutta8038
12 сағат бұрын
আগতে আছিল ছেকনি আগত শিক্ষা । এতিয়া চৰকাৰৰ লগতে অভিভাৱক সকলো জগৰীয়া। কাৰণ শিক্ষকে এছাৰ মৰা লগে লগে দল সংগঠন জপিয়াই পৰে।। পৰিৱৰ্তন হ'ব লাগে
@mintugogoi7031
9 сағат бұрын
চৰকাৰক এটাই অনুৰোধ এচাৰী আগত বিদ্যা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিব লাগে ।যি নেমানে বহিষ্কাৰ কৰিবলৈ সিদ্ধান্ত লব লাগে ।তেনেকুৱা লৰা ছোৱালী বিদ্যালয় লৈ যোৱা ৰ কোনো অধিকাৰ নাই ।মতামত আগ বঢ়াব সকলোৱে ।
@Nahar01864
5 сағат бұрын
Apunar logt almot
@pankajmahanta9397
12 сағат бұрын
সেকনিৰ আগত বিদ্যা। কথাষাৰ আকৌ প্ৰয়োগ কৰিবৰ হল।
@dollykonwar9194
8 сағат бұрын
চেকনিৰ আগত বিদ্যা ।
@rijumonikonwar9069
13 сағат бұрын
অভিভাৱক মিটিংত যি সকল অভিভাৱক উপস্থিত নাথাকে সেইসকলৰ ছাএক পৰীক্ষাত অৱতীৰ্ণ হব দিব নালাগে।
@popiborah3897
11 сағат бұрын
বাইদেউ এ খুব ভাল কথা কৈছে । গুটখা, মাদক দ্ৰব্যৰ পয়োভৰ দেখি আচৰিত হওঁ। স্কুল ৰ ৱাল্ ত পিক বোৰ দেখিলে গাটো বেজবেজাই যাই। আচলতে আমি অভিভাৱক সকলে যদি এই ক্ষেত্ৰত সজাগ নহৈ অকল শিক্ষক সকলৰ ওপৰত দুখ দি থাকো তেন্তে নিজৰ বিপদ নিজেই মাতি অনা হব ।
@anilburagohain3586
8 сағат бұрын
লোহা অষ্ট অনা লৰাজনৰ অভিভাৱক জধা মূখ।এদিন কিন্তু এনে সন্তানৰ হাততেই পিতৃ মাতৃৰ অপদস্থ হব ও মৰনো হব।
@KabitaBorah-c7h
8 сағат бұрын
দস্যু ৰ জন্ম। অভিভাৱকে লৰা ছোৱালীক নাচাই
@raidiongiaphulogurikhagari5187
8 сағат бұрын
অভীভাবক মাতী আনী গৰুৰ পিটী দিবৰ
@balinbora7788
8 сағат бұрын
Teacher hokolor kotha 100 per cent right. Responsibleless abhivabak.
@User654-s2m
11 сағат бұрын
Sidha restricted korok tenekua bilak pohibor karone jonmo hua nai,,,jot jega tote pothai diyok,,,,anok jate disturb koribo nuware,,ji mula bahe tar dupatote sin....
@pradipkhoud4665
12 сағат бұрын
ইয়াৰ কাৰন কিছু অভিভাৱক সকল বুলি সমাজৰ বৌদ্ধিক মহলে মত পোষণ কৰিছে !. মনত ৰাখিব, এই খন জগত গুৰু শঙ্কৰ দেৱ , মহাপুৰুষ মাধৱদেৱৰ দেশ, সেই সকলৰ পিছত জ্যোতি প্ৰসাদ আগৰৱালা তথা কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দেশ! নৱ প্ৰজন্মৰ প্ৰতি থকা অতি গধুৰ দায়িত্ব পালন কৰাৰ পৰা আওকাণ কৰি থাকিলে এই খন দেশ ভবিষ্যতে কি হ'ব ভাবি চাব দেই !
@dimbeswarkonwar7659
12 сағат бұрын
হয়, বহুতো ছাত্ৰ বিকৃত মানসিকতা আছে। অৱশ্যে দুই এজন বহুতেই ভাল ।
@arunborah4032
8 сағат бұрын
Sarkarloi anurodh gootka aai bya bostoto complete band korak
@Bijitgogoi43
8 сағат бұрын
মইও এইখন বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ😢 অতি দুঃখিত হৈছোঁ🙏🏻
@ranjitgogoi1031
13 сағат бұрын
সছাই বাইদেউ ঘৰৰ মানুহক মাতি আনি ঘৰত গতাই দিব লাগে
@arpanaborah973
12 сағат бұрын
সচাই ভয় লগা সমস্যা ।আমাৰ অভিভাবক সকলে নিজৰ সন্তানক চকু নিদিলে ইয়াত কৈয়ো ভয়াবহ ঘটনা আগজাননী আহি আছে ।
@RiturajBorah-m1n
10 сағат бұрын
Asolotee principal jon vall holee hokolu vll hb. Karon ghoror main manuh jn vll hole he tew lora swali gita vl hb 👍🏻
@DipikaKonwar-p5b
10 сағат бұрын
মই বিদ্যালয়ৰ ছাএ আৰু ছাএী সকলক সদায়ে কৈ থাকো ওচৰৰ মানুহৰ ঘৰত আম জাম লাগি থাকে তোমালোকে কেতিয়াও গছত উঠি পাৰি নাখাবা কাৰণ মোক বিদ্যালয়ৰত আহি কলেহি মই কাকো শুদাই নেৰো গতিকে বেয়া কাম নকৰিবা ।
@rupjyotiboruah3418
11 сағат бұрын
বিদ্যালয় বিলাকত উন্নত মানৰ বেৰা থকাটো বাধ্যতা মূৃলক হব লাগিব৷বেচৰকাৰী বিদ্যালয়ৰ আৰ্হিত তলাৰ ব্যৱস্থা থাকিব লাগিব ৷
@aabirgogoi1694
12 сағат бұрын
চৰকাৰে প্ৰাথমিক স্কুল ৰ পৰাই যোগ bikhoi টো বাধ্যতামূলক কৰিব লাগে
@Pinhole-h2g
13 сағат бұрын
मेदाम , Parents मीटिंग call कीजिये और parents को awareness किजिए । पढाई की माहोल बहुत खराब हो रही है ।
@niruborah9424
10 сағат бұрын
Ami pohi thakute sirsakolaloi voy karisiu .madeutai sirkkoisil pohibo nuarile bodmas karile sakukeita nufutakoi marib buli.kintu aji kali makdeutake larasualik marile ulutai sirsakalokhe.tiraskar kori bhabuki die.gotike student ak udganikune dise?
@hindi701
7 сағат бұрын
Amr dent ni da abur 🥲
@monumotigogoi1101
12 сағат бұрын
সুন্দৰ বাৰ্তা বাইদেউক নমস্কাৰ
@MondiraBorkakoty
11 сағат бұрын
অভিভাৱক সচেতন হওক
@utpalhazarika28
12 сағат бұрын
Knuckle duster
@SatyaramDas-jv3yo
8 сағат бұрын
School podhaba ari diba lagiba ne ki........
@MonimalaBora-ub4cr
13 сағат бұрын
ki hoi ase school burot
@Micah.04
12 сағат бұрын
,👍👍👍👍👍👍🙏
@Kspdhemqji
6 сағат бұрын
মইও পঢ়িছোঁ এইখন বিদ্যালয়ত । বৰ বেয়া হৈছে ।
@ankurgogoi1551
12 сағат бұрын
🙏☠️
@lakhichutia46
22 минут бұрын
Lora swalik Ami gunogot hikha dibo pora ni Frist ghora patients e niti hekha diya2 bahut jaruri
@prodiptayung1803
13 сағат бұрын
Mam your trip saking is very nice 2:13
@Garrison923
3 сағат бұрын
Pradip gogoi sir retired huwa pora school khn ekdom bya hoi gl
@bonditachetia1708
13 сағат бұрын
Teacher aru parents hokolu a hakhon koribor hol ......
@diptadiptalukdar4745
9 сағат бұрын
IS baidew ai bar kun teacher ok transfer koribo
@RajuDoley-vo1gu
13 сағат бұрын
O God ki hoise aibur
@pallabihazarika7402
12 сағат бұрын
Ki hoise baru hosake
@nitulgogoi5444
3 сағат бұрын
😅
@CHANDRAKANTATAID-pd1vx
8 сағат бұрын
😮😮😮😮
@jalildewan3696
11 сағат бұрын
Ai Student janar Pitri_ Matri kene Gunda hobo chinta karok. Lorajanak schoolar porai TC d bidai karak..........
Пікірлер: 51