সমাজত বিষবাষ্প বিয়পাবৰ বাবেই ফাল্টুচবে সাম্প্ৰদায়িক মন্তব্য দিছে ৷
@SaikiaSaikia-lv8jy
22 сағат бұрын
সুন্দৰ অতি সুন্দৰ হৈছে।
@sharmahdoley6121
2 күн бұрын
অসমত বি জ পি চৰকাৰ , কেন্দ্ৰত বি জ পি N D A চৰকাৰ । অসমত বি জ পি ১১ খন কংগ্ৰেছ ৩ খন । গতিকে অপৰাধী ক বি জ পি চৰকাৰে কিয় কঠোৰ শাস্তি দিব পৰা নাই ? অপৰাধী সদায় অপৰাধী । তাত হিন্দু মুছলিম বুলি একো কথা নাই । অপৰাধীক সদায় কঠোৰ শাস্তি দিব লাগে । চৰকাৰ আৰু প্ৰশাসন অপৰাধী ক শাস্তি দিয়াটো দায়িত্ব । এতিয়া কংগ্ৰেছ চৰকাৰ অসম আৰু কেন্দ্ৰত নাই । বি জ পি চৰকাৰ আছে । গতিকে কংগ্ৰেছ দলৰ মানুহক দোষ দি কি লাভ ? তাৰ মানে বি জ পি দলে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে ৰাজনীতিৰ কৌশল ৰচনা কৰিছে । অপৰাধীক কোনেও ভাল নাপায় । অপৰাধী সদায় অপৰাধী । কংগ্ৰেছ , বি জ পি কি কথা আছে ? এই বিলাক সকলো ক্ষমতাৰ ৰাজনীতি । কি কথা কলে জনতাক উত্তেজিত কৰি ৰাজনীতিৰ ক্ষমতা পাম ? সেই বোৰ তেওঁ বিলাকৰ ৰাজনীতিৰ কৌশল । বি জ পি দলৰ মানুহক কৈছোঁ , ১১ ডাঙৰ নে ৩ ডাঙৰ ? কাৰ ক্ষমতা আৰু আসন বেছি ? বি জ পি দলৰ মানুহে কৈছিল গৌৰৱ গগৈ অকল মীয়া ভোটৰ কাৰণে সাংসদ হবলৈ পাইছে । গতিকে যোৰহাট লোকসভাৰ মানুহ বোৰ মীয় বা মুছলিম নেকি ? তেওঁ বিলাক খিলঞ্জীয়া নহয় নেকি ? যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ ২.৫০ হাজাৰ ভোটত হাৰিব বুলি কৈছিল কিন্তু গৌৰৱ গগৈ হাৰিল নে ? এই বিলাক কথা বি জ পি দলৰ ৰাজনীতিৰ কৌশল । বি জ পি দলৰ মুখ্য তাৰ্গেত আছিল গৌৰৱ গগৈ k পৰাজিত কৰা । সেই বিষয়ে সকলো সাধাৰণ জনতাই গম পাইছিল । এই কাৰণে গৌৰৱ গগৈৰ ভদ্ৰতা , নম্ৰতা, বাক পতুটা, বলিষ্ঠ পদক্ষেপ , সৎ সাহসী , আনক গালি গালাজ্জ নাপৰে, অহংকাৰী নকৰে , সেই বিলাক গুণৰ কাৰণে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে গৌৰৱ গগৈ ভোট দি জীকালে ।
@prk5091
Сағат бұрын
Congratulation pijush.This is just starting for you only You will have to face this situation every day.Now you have to depen on god only.Anyway god bless you.
যদি প্ৰকৃত দুষি তেনেহলে এই সকল অপৰাধিক কিয় বিজেপি চৰকাৰ ক্ষনে একো শাস্তি প্ৰদান কৰিব পৰা নাই
@user-eb1xg9de8t
2 күн бұрын
People of Assam will always give deaf ear to these cunning political leaders when they try to create communal disharmony and chaos.
@user-eb1xg9de8t
2 күн бұрын
A bad work man quarrels with his tools.One sided criticism is no criticism .Those who do so ,they justify they are innocent on their part by beating about the bush.
@krishnaprasaddeka8090
Күн бұрын
Who has given the chance. Who's responsible for that......
@SunilPatar-qb6yy
Күн бұрын
| সংবাদ ব্যৱস্থা সমুহে জাত ধর্ম বিষয় সমূহ বাদ দি কেবল অপৰাধ হিচাবে গন্য কৰি ইয়াৰ সমাধানৰ উপায় অৱলম্বনৰ চিন্তা কৰিলে সমাধান ওলাব |নহলে এনেকৈয়ে দিনবোৰ বাগৰি থাকিব।
@user-iw8kc9jq9e
Күн бұрын
Hindu-Muslim is the main issue of BJP .It is British politics .BJP are student of Brtish.
Пікірлер: 53