বিহালীত সমুখ সমৰত মন্ত্রী পীয়ূষ হাজৰিকা আৰু সাংসদ গৌৰৱ গগৈ। সমাগত উপ-নিৰ্বাচনত প্রতিদ্বন্দ্বী প্রাৰ্থীতকৈয়ো অধিক আকৰ্ষণীয় হ’ব এই দুই মহাৰথীৰ মাজৰ যুঁজ। ইতিমধ্যে কংগ্রেছে বিহালীৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিছে সাংসদ গৌৰৱ গগৈক। শাসকীয় বিজেপিৰ হৈ বিহালীৰ দায়িত্ব ন্যস্ত হৈছে মন্ত্রী পীয়ূষ হাজৰিকাৰ ওপৰত। ইয়াৰ পিছতে বিহালীত তৎপৰ হৈছে সাংসদ গৌৰৱ গগৈ আৰু মন্ত্রী পীয়ূষ হাজৰিকা। স্বাভাৱিকতে বিহালীত এতিয়া গৌৰৱ গগৈ বনাম পীয়ূষ হাজৰিকাৰ তীব্র ৰাজনৈতিক যুঁজৰ অপেক্ষা।
#pratidintime #bihali #gauravgogoi #pijushhazarika
Негізгі бет বিহালীত সমুখ সমৰত মন্ত্রী পীয়ূষ হাজৰিকা আৰু সাংসদ গৌৰৱ গগৈ
Пікірлер: 108