বিজ্ঞানসন্মত গাহৰি আৰু মাছ পালনেৰে স্বাৱলম্বী বৰপেটাৰ এজন যুবক | Integrated farming | pig farm at Barpeta
আজিৰ ভিডিওত দেখিব পাব
এখন integrated ফাৰ্ম যত গাহৰি আৰু মাছ পালন কৰিছে একে লগে । গাহৰিৰ মূল - মূত্ৰৰ পুখুৰীত পৰে আৰু মাছ খাদ্য হৈ পৰে।
1. Integrated farming সুবিধাসমূহ কি কি
2. মাছৰ খাদ্য খৰচ কেনেকৈ কমাই
3. পুখুৰীৰ পানী কেনেকৈ পৰিষ্কাৰ কৰিব
4. গাহৰিৰ ফাৰ্মত কি প্ৰজাতিৰ গাহৰিৰ আছে
5. গাহৰিৰ পোৱালি বছৰত কিমান হৈ
Prasanta boro
9678472311
Assam farmer
priyanku choudhury
8638968646
#integretedfarming
#fishfarm
#scientificfarmingprofit
#pigletsproduction
#fishprice
#fishdisease
#ammoniacontrol
#waterpreperationforfishfarming
#pigfarm
Негізгі бет বিজ্ঞানসন্মত গাহৰি আৰু মাছ পালনেৰে স্বাৱলম্বী বৰপেটাৰ এজন যুবক | Integrated farming |9678472311
Пікірлер: 15