অৱশেষত বিজেপি ত্যাগ সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিলে নলবাৰীৰ প্রাক্তন বিধায়ক অশোক শৰ্মাই। আগষ্টৰ ৮ বা ৯ তাৰিখে বিজেপি ত্যাগ কৰিব প্রাক্তন বিধায়কগৰাকীয়ে। কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিও দুমাহে কোনো সমিধান লাভ নকৰি ক্ষোভিত অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষগৰাকী। সমান্তৰালভাৱে নিজৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্র চলোৱা বুলিও ক’লে প্রাক্তন বিধায়কগৰাকীয়ে।
#pratidintime #assam #assamnews
Негізгі бет বিজেপি ত্যাগ সন্দৰ্ভত ৰাজহুৱাভাৱে মুখ খুলিলে নলবাৰীৰ প্রাক্তন বিধায়ক অশোক শৰ্মাই...
No video
Пікірлер: 53