🟩বিৰোধীৰ দাঁতত ভাত লাগিলেও দেখা পোৱা মুখ্যমন্ত্ৰীয়ে গম নাপায় ঔষধৰ মূল্যবৃদ্ধিৰ কথা!
🟩মুখ্যমন্ত্ৰীক আমি দেখুৱাম ৰাইজৰ মূৰত কেনেকৈ ঔষধৰ মূল্যবৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে!
🟩কংগ্ৰেছৰ নেতাক ফোনৰে সঘনাই যোগাযোগ ৰাখি খা খবৰ লৈ থকা মুখ্যমন্ত্ৰীৰ ঔষধৰ মূল্যবৃদ্ধিক লৈ খবৰ ৰখাৰ কোনো প্ৰয়োজন নাই!
🟩খুহুতীয়া, তৰল, ভাত মাছ খোৱা, বিৰোধীৰ কোন নেতাই বিজেপিত যোগদান কৰিব এইবোৰৰ খবৰ ৰখা মুখ্যমন্ত্ৰীৰ উম ঘামেই নাই ঔষধৰ মূল্যবৃদ্ধিয়ে যে সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে!
🟩মুখৰে হ’লে মুখ্যমন্ত্ৰীয়ে বৰ বৰ কথা কয়, কথাতেই বৈ আহে তেওঁৰ উন্নয়নৰ গংগা, মোদীবন্দনাত মুখৰিত হৈ উঠে মুখ্যমন্ত্ৰীৰ মুখ।
🟩কিন্তু তেওঁ খবৰ নাৰাখে ঔষধৰ মূল্যবৃদ্ধিৰ দৰে ৰাইজৰ হাৰাশাস্তি হোৱা গুৰুত্বপূৰ্ণ প্ৰসংগবোৰ।___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - facebook.com/nenownews/
Twitter - twitter.com/NENowNews/
Instagram - instagram.com/northeast.now
Негізгі бет বিৰোধীৰ দাঁতত ভাত লাগিলেও দেখা পোৱা মুখ্যমন্ত্ৰীয়ে গম নাপায় ঔষধৰ মূল্যবৃদ্ধিৰ কথা!
Пікірлер: 295