AUDIO
SONG - JAYATI PARAMANANDA
SINGER - MEGHALEE GOGOI HAZARIKA
MUSIC/MASTERING/RECORDING - RAJIV SAIKIA (ANTARA STUDIO)
VIDEO
CONCEPT - MEGHALEE GOGOI HAZARIKA
CINEMATOGRAPHY - PARTHA PRATIM DUTTA (ARJUN), AKASH
EDIT - ARPAN DUTTA
CAST - MEGHALEE GOGOI HAZARIKA, SMT. SUSHILA HAZARIKA, RUDRA HAZARIKA, TRINAYAN, BHUMIKA, ISHAN, MRINMOYEE, HIMANGSHU, HRISHIKESH, JYOTISMITA, ANANYA, ANUPAM, JOHAN, DEV DARSHAN, ETC.
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ দেৱৰ বৰগীত সমূহৰ মাজৰ পৰা 'জয়তি পৰমানন্দ' বৰগীত ভাগ পৰিবেশ্য কলা ৰূপে আপোনাসৱৰ মাজলৈ আগবঢ়াই দিলো। সদৰ্থক দৃষ্টিৰে আকোৱলী ল'লে কৃতাৰ্থ হ'ম।
LYRICS
জয়তি পৰমানন্দ এ নন্দ কুমাৰ।
নিগম - নিগূঢ় হৰি ভয়ো অৱতাৰ।।
তেজীয়া বৈকুণ্ঠপুৰি এ চিদ - বিলাস।
কি লাগি কমলাপতি, ব্ৰজে কৈলা বাস।।
সঙ্খ চক্ৰ গদা পদ্ম তেজী অস্ত্ৰ চাৰি।
কি লাগি হয়িলা , শিঙা বেটো বেনুধাৰী।।
কোটি কোটি ব্ৰহ্মাণ্ডেৰ তেজীয়া বিভূতি।
কি লাগী হয়িলা প্ৰভু গুপেৰ মূৰুতি।।
কহয় মাধৱদাস দিন মতি হীনা ।
সহজে দয়ালু হৰি ভকতি অধীনা।।
EXTERNAL LINKS:
/ 143702250788354
/ meghalee.hazarika.355
Like/Subscribe/Share
Негізгі бет Музыка BORGEET | JAYATI PARAMANANDA | SHRI SHRI MADHAVDEV | ASSAMESE DEVOTIONAL SONG | MEGHALEE G HAZARIKA
Пікірлер: 167