বৰভেটি
BORVETI
JORHAT ASSAM
Song : Borveti
Singer : Sanjoy Bora
Borveti Assamese Song
borveti negera naam
*In the year 1768, the ninth Mayamora Vaishnavite Guru and the Satradhikar of erstwhile Sutiapata Satra, Sri Sri Astabhuj Dev, had decided to shift the monastery from Sutiapata to a place less threatened by the Brahmaputra to a place presently known as Borbheti and presently located in the heart of Malow Pathar.
*ইতিহাসে গৰকা মালৌ পথাৰত, যোৰহাট নগৰৰ পৰা প্রায় ১২-১৩ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত ঐতিহাসিক বৰভেটি অৱস্থিত৷ আহোম স্বর্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত (১৭৬৯-১৭৮০ খ্রীঃ) মায়ামৰা সত্রাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতেই তেখেতৰ পুত্র সপ্তভুজে ১৭৬৮ খ্রীঃত সমগ্র অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্রণ কৰি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত শৰৎ কালত বৰভেটি বন্ধাইছিল বুলি জনশ্রুতি আছে৷ এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্রায় ৮ লাখ ৯০ হাজাৰ শিষ্য গোট খাইছিল৷ মালৌ পথাৰৰ উক্ত ঠাইডোখৰ ২৪ হাত দ আছিল৷ বর্তমান এই ভেটিৰ উচ্চতা ৩৬০ ফুট আৰু ১২০ ফুট বহল৷ তলত দীঘলে ৩৮০ ফুট, প্রস্থই ১৮৯ ফুট আছিল৷ বৰভেটিৰ মুঠ মাটিকালি ৬ বিঘা, ১ কঠা, ১০ লোচা৷ বর্তমান সমতলৰ পৰা বৰভেটি প্রায় ২০-২২ ফুটমানহে ওখ হ’ব৷ কিন্তু প্রথম অৱস্থাত সমতলৰ পৰা ইয়াৰ উচ্চতা আছিল প্রায় ৫৪ ফুট৷ ভেটিটো ওখ হোৱাৰ বাবেই ‘বৰভেটি’ বুলি ইতিহাস প্রসিদ্ধ৷
#djimavicair2 #djironinsc
#z5 #nikonz5 #nikon
Негізгі бет Музыка Borveti Assamese Song | বৰভেটি | BORVETI | Historical Place In Assam | Borveti Song | Drone Video
Пікірлер: 43