Thank you .. Bohut bohut dhnyobad. Moi new farmar hoi.. apunar pora xiki asu. Specially thank you. Atia apuni kuar dorei foliyar spray korim buli vabisu.. atialoike foliyar spray kora nai.. kewal dukanot puwa vitamin he di asilu..
@Tea_Gardening
4 ай бұрын
আপোনাৰ মন্তব্যত আনন্দিত হলোঁ ৷ এতিয়া সাৰ দিবৰ সময় হ’ল ৷ আপোনাৰ ঠাই ডোখৰত যদি ভালদৰে বৰষুণ দিছে তেন্তে সাৰ দিয়াৰ (Urea, MOP, SSP) ব্যৱস্থা কৰক । গজিবলৈ লোৱা ঘাঁহ বন বোৰ গুচাই লওক প্ৰথমে, আৰু Helopeltis, Looper, Thrips, Green Fly, Red Spider আদি বেমাৰবোৰ লাগিছে নেকি সেয়া সুক্ষ্মভাৱে নিৰীক্ষণ কৰক আৰু প্ৰয়োজন মতে দৰৱ স্প্ৰে কৰক । যদি সাৰ দিব পৰা নাই তেন্তে ফলিয়াৰ স্প্ৰে কৰি থাকিব ।
@khatioravlogs
4 ай бұрын
@@Tea_Gardening nisssoi.. urea fartilizer use korilu.. apuni kuwar dore foliyar spray kiman dinar murot koribo parim.. aji 6 din hol urea dia.. boroxun di ase
@Tea_Gardening
4 ай бұрын
25-30 দিনৰ পাছত ৷ এই বিষয়ে ভিডিঅত ভালদৰে কোৱা হৈছে ৷ এবা সম্পূৰ্ণকৈ চাই ল’ব চোন
@dipulgogoi5887
3 ай бұрын
Apuni guri ছপাই কলি কুলাই কাটিলে
@sanjudas9332
4 күн бұрын
দাদা মই নতুন ফাৰ্মাৰ মই পুলি ৰোৱা 2বছৰৰ হল আজি 2 3মাহ হৈছে পুলি বিলাক পাত বিলাগ পকী খৰি গৈছে লগতে গছ বুৰ খুকাই mori goise
দাদা মই নতুন ফাৰ্মাৰ হৈ পুলি ৰোৱা 2bosor হল কিন্তু আজি 2 3 মাহ হৈছে পুলিবিলাকৰ পাত বোৰ পকী খৰি গৈছে তাৰ পাছত পুলি বোৰ মৰি গৈছে কী কৰিলে ভাল হব আৰু কি মেদিচাইন দিব লাগিব জনালে বহুত কিতৰ্থ হম
@MayukhYTTech
29 күн бұрын
আমি dada west bengal থেকে Weather 30৹-40৹ Ki দেওয়া jay
@Tea_Gardening
25 күн бұрын
Abhi app DAP, Urea, MOP ya phir Urea, MOP, Zinc, Boron use kar sakte hai. Do not use DAP and Zinc together.
@crazychaos7037
2 ай бұрын
Q1. Dada apuni j HAAR diyar 15 din agorpora 20-25 din pasorloike foliar spray koribo mana korise , eyat ki HAAROR kotha koise baru . hrlopeltis ba redspider adi HAAROR kotha koise neki ? Olop bujai dibo please ? Q2. 15 din agor pora aru 20 -25 din pasorloike patu singibo nuari niki Q3. Jodi pari haar diyar kiman din pasot paat xingibo pari
@Tea_Gardening
Ай бұрын
1. সাৰ (HAAR) মানে ইউৰিয়া (Urea), পটাছ বা MOP, চুপাৰ ফচফেট বা SSP, DAP আদিৰ কথা কৈছোঁ । মই কব খুজিছোঁ যে যেতিয়া মাটিত আমি এই সাৰবোৰ দিম, তেতিয়া 10-15 দিনৰ আগৰ পৰা 20-25 দিনলৈ গছৰ ওপৰত ফলিয়াৰ মাৰিব নালাগে । 2 , 3. যেতিয়াই সাৰ দিলেও সময় মতে পাত চিঙি থাকিব পাৰিব । কিন্তু যদিহে পাত চিঙিব পৰা হৈ আছে তেন্তে পাতবোৰ চিঙি লৈ সাৰ দিলে ভাল ।
পাৰিব, কিন্তু ইয়াৰ সকলোবোৰ দ্ৰব্য দিয়াৰ প্ৰয়োজন নাই । কিন্তু এই সময়ত Lp কলম কৰা বাগানৰ পৰা কীত-পতঙ্গ সমূহহে আঁতৰাই ৰাখিব লাগে । ক্ষুদ্ৰ লোপাৰৰ আক্ৰমনৰ বাবেও LP বা DS কলম কটা চাহ বাগান দৰাৰ গজালিবোৰ সময়মতে নোলাব পাৰে। এই ভিডিঅটো চাবচোন পাৰিলেঃ kzitem.info/news/bejne/yqV5yWmhkZ-egY4
@dishibarman5304
4 ай бұрын
Your content is informative but , I wish you could choose Hindi or Bengali language.
@arifaktar2719
2 ай бұрын
Bhai tumar kotha ta buzhe te osubidha hoi Tumi bangali te kotha bolo video banao
@Tea_Gardening
2 ай бұрын
Because I am not from Bengal.
@rakeshgogoi5158
Ай бұрын
Epic reply 😂😂@@Tea_Gardening
@deekid96
Ай бұрын
Dada moi kali Bagaanot haar dilu Kin2 aji juwa nikha bohut dangor k borokhun ahile aru ratipuwa leke di ase Kaam kribo neh Jonabochun 12 ghnta time ple kin2
@Tea_Gardening
Ай бұрын
80% মান কাম দিব লাগে ৷
@deekid96
Ай бұрын
Ako aibr di dim buli bhabhisu uporot
@deekid96
Ай бұрын
Dada beya hbo ni
@Tea_Gardening
Ай бұрын
এতিয়া দিব নালাগে, 80% কাম কৰিলেও হ’ব ৷ প্ৰয়োজন হ’লে 45-50 দিনৰ পাছত দিব পাৰে ৷ কিন্তু ওপৰত ভুলতো নিদিব ৷ চাহ খেতি বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি ৷ গতিকে দেখাক দেখি কিছুমান কাম নকৰিব plz. 🙏
@rajanikantasilponia8997
6 ай бұрын
Magnesium logot zinc milale fatib neki baru
@Tea_Gardening
6 ай бұрын
নাফাটে, জিংক আৰু ইউৰিয়া মিলালেহে ফাটে ।
@SunartonTanti
4 ай бұрын
Atha nidiya koi spray korile kam nkore neki bro
@Tea_Gardening
4 ай бұрын
কৰে, কিন্তু কমকৈ কৰে ৷ তাৰ কাৰণটো এই ভিডিঅ’টো সম্পূৰ্ণকৈ চালেই বুজি পাব : kzitem.info/news/bejne/p62mp5OBsKR3dYY
@akshaymili4916
3 ай бұрын
Juwakali moi baganot urea palisilu kinto aji borukun ahil Kam dibo na ni plz jonabsun?????kunubai Jana jodi
Dada moi machine ata anilu lithium battery hoi ..aru mane aji pat kota mur 25 din man hol baganot pat oha nai ..ke korile val hobo muk jonabo pls ..moi medicine u korilu..pat singa manuh nai karone machine ata ani loisu..baganot pat a noha hol..aji 1 mah a hobo atia
@Tea_Gardening
3 ай бұрын
আপুনি কি কলম দিছে, পাত কেনেকৈ চিঙিছে সেইবোৰ নেদেখিলে কোৱা টান ৷ চাহ খেতিয়কৰ এটা ফেচবুক গ্ৰুপ আছে। তাত কেইবাজনো চাহ বিশেষজ্ঞও আছে। তাতে join হৈ লৈ ফটো সহ প’ষ্ট এটা দিবচোন, নিশ্চয় সহায় কৰিব ৷ facebook.com/groups/1146054072404848/
@anupgogoi5220
3 ай бұрын
Unprone ase alp man aru ms kating ase..logot a D's ase ,,machine a kotu ty pat Tu uthai pine kota hoise,moi neje katisu..korobad korobad pukha ata duta ahise ...ke korile Val hobo ,,ke vitamin marim apuni muk Val dore bujai diok pls 🙏🙏
@Tea_Gardening
3 ай бұрын
কোনটো মেছিন, বেটাৰীটো নে পেট্ৰলত চলাটো ? মেছিন টো এই সময়ত আনপ্ৰুন বাগানতহে ব্যৱহাৰ কৰিব ৷ ds, ms অত নকৰিব ৷ টেবুল খন সমান হোৱাৰ পাছত মানে হয়টো দুমাহ মানৰ পাছত ms অত কাটিব পাৰিব ৷ আনপ্ৰুন বাগানতো বৰ সাৱধানে ব্যৱহাৰ কৰিব লাগে ৷ জোখতকৈ অলপমান তললৈ বহি গ’লেই কিন্তু পাত অহাত দেৰি হৈ যাব পাৰে ৷ আৰু এই কেইদিন প্ৰায়বোৰ বাগানতে ভালকৈ পাত অহা নাই বতৰটো প্ৰতিকুল হোৱাৰ বাবে, সেয়ে আৰু দুদিনমান অপেক্ষা কৰক, পাত আহিব ৷ সময় মতে সাৰ দৰৱ দিয়ক, কীটনাশক প্ৰয়োগ কৰক, সাৰ নাই দিয়া যদি ফলিয়াৰ স্প্ৰে কৰক দুই ৰাউণ্ড মান ৷ বেলেগ একো ভিটামিন মাৰিব নালাগে ৷ ফলিয়াৰৰ বাবে ভিডিঅটো চাই ল’ব: kzitem.info/news/bejne/q2iA12ercoFhoXY
@anupgogoi5220
3 ай бұрын
Dhoinabad ,Val koi bujai dia babe 🙏🙏 ,,moi apunar chenal Tu subscribe Kori desu ,,aru Val Val Kotha janibo paru jate
@anupgogoi5220
3 ай бұрын
Koboloi pahoriselu ,moi battery a Kota machine Tu use korisu
Пікірлер: 91