আজিৰ তাৰিখত খুদ্ৰ চাহ খেতিয়কৰ এটাই সমস্যা আমি দেখা পাওঁ যে পাতৰ দাম বিলাক কম হৈছে বা আমাক কম কে দিয়া হৈছে ,কিয় আমি আজি পাতৰ দাম কম পাও কাৰন যদি চাব যাও বহুত কাৰণ আমি দেখা পায় ।
আমি আমাৰ বাগান কেনেকৈ পাত ছিঙু সেইটো নিৰ্ভৰ কৰে পাতৰ দাম, কাৰণ আজি কালি খেতিয়ক সকলে পাত ছিঙাৰ ওপৰত গুৰুত্ব নিদিয়ে, আমি সকলোতকৈ পাত ছিঙা ওপৰত গুৰুত্ব দিব লাগিব অন্যথা পাতৰ দাম সদায় কম পাম ।
এই Video মাধ্যমত আপোনালোকে কেনেকৈ পাত ছিঙিলে ভাল দাম পাব এই বিষয়ে সিকোৱা হৈছে।
গতিকে আপুনালুকে পাত ছিঙা উপৰত গুৰুত্ব দিওক ।
Негізгі бет চাওক QUALITY পাত কেনেকৈ চিঙা হয় ।🌿🌿How to pluck Quality Leaf 80+%Fineleaf#
Пікірлер: 11