#ভক্তিমালা #BORSONS PRODUCTION PRESENTS... #বৰচনচ্ প্ৰডাকচনৰ ভক্তিপূৰ্ণ নিবেদন
মাহজোৰা কাৰ্যসূচীৰে এক আধ্যাত্মিক অনুষ্ঠান
"ভক্তি মালা"
জীপাল কৰি তোলক প্ৰতিটো পুৱা... প্ৰতিটো সন্ধ্যা...
ভক্তি মালাৰ উদ্দেশ্য হৈছে-
কৰনা অতিমাৰি দূৰ হওঁক
ৰোগ-ব্যাধি মষিমূৰ হওঁক
সমাজত আধ্যাত্মিক ভাৱধাৰৰ সৃষ্টি হওঁক
মানৱ জাতিৰ কল্যাণ সাধন হওঁক
নৱপ্ৰজন্মৰ মাজত সুস্থ চিন্তাধাৰা বিৰাজ কৰক
বিশ্ববাসীৰ শান্তিময় হওঁক।
চতুৰ্বিংশতি অৱতাৰ ।।
ব্ৰহ্মৰূপী নাৰায়ণক প্ৰণাম জনাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে "চতুৰ্বিংশতি অৱতাৰ" খণ্ডটিৰে কীৰ্ত্তনখনি আৰম্ভ কৰে। যাৰ নাভি কমলত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ জন্ম, সেইজন পৰমপুৰুষ নাৰায়ণে যুগে যুগে অৱতাৰ ধাৰণ কৰি আহিছে। অৱতাৰ সমূহ হ'লঃ মৎস্য, কূৰ্ম্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাম, হলিৰাম, বুদ্ধ, কল্কী। পদ ছন্দত ৰচিত চাৰি অধ্যায় কীৰ্ত্তনৰ মাজেদি 'চতুৰ্বিংশতি অৱতাৰ' খণ্ডটিত ভক্ত সকলক উদ্দেশ্যি কোৱা হৈছে - - কৃষ্ণৰ ৰহস্য জন্মৰ কথা শ্ৰৱণ কীৰ্ত্তনৰ মাহাত্ম্যৰ প্ৰভাৱত পাপ চিন্তাৰ অধোগতি ঘটে, পুণ্যৰ অভ্যুদয় হয়। খণ্ডটিত থকা মুঠ পদৰ সংখ্যা তেত্ৰিশ।
চতুৰ্বিংশতি অৱতাৰ ।। প্ৰথম কীৰ্ত্তন
II কণ্ঠ
কমলা গগৈ
II প্ৰযোজক
পৰেশ বৰা
।। কিবোৰ্ড
সঞ্জয় বৰুৱা
।। বাঁহী
চিন্ময় বৰুৱা
।। সম্পাদনা
চিৰঞ্জীত শইকীয়া
Recording/Mix & Mastering:
Sanjay Boruah
Studio PAKHI, Kakojan, Jorhat.
DO LIKE SHARE COMMENT & SUBSCRIBE OUR CHANNEL
OFFICE ADDRESS OF BORSONS PRODUCTION
-
Studio FX-10
Dhekiakhowa, Jorhat, Assam
Pin- 785700
e-mail: gkpareshborah@gmail.com
chironjitfx10@gmail.com
Cont. & Info Dial- 7638840876, 7002855830
Негізгі бет চতুৰ্বিংশতি অৱতাৰ ।। প্ৰথম কীৰ্ত্তন ।। কমলা গগৈ
Пікірлер: 132