ছফটৱেৰ ইঞ্জিনীয়াৰিঙৰ কেৰিয়াৰ বাদ দি আৰম্ভ কৰিলে লোকেল কুকুৰা ফাৰ্ম Local Chicken Farm In Assam
ছফটৱেৰ ইণ্জিনিয়াৰিঙৰ কেৰিয়াৰ বাদ দি গাঁৱৰ এজন যুৱকে আৰম্ভ কৰিছে লোকেল কুকুৰা পালন ৷
দীপজ্যোতি শইকীয়া নামৰ নাৰায়ণপুৰৰ এই যুৱকজনে গঢ়ি তুলিছে এখন বিশাল লোকেল কুকুৰা ফাৰ্ম ৷
এই কুকুৰা ফাৰ্মত এতিয়া700ৰো অধিক কুকুৰা আছে ৷ প্ৰতি মাহত 200 টাকৈ কুকুৰা সোমোৱা হয় ফাৰ্মখনত ৷ এতিয়া ১কেজি ওজনৰ পৰা আৰম্ভ কৰি 600 গ্ৰ৷মলৈকে তিনিটা আকাৰত সুকীয়া সুকীয়াকৈ ৰখা হৈছে কুকুৰাবোৰ ৷
প্ৰতি মাহে যাতে 1000কুকুৰা বিক্ৰী কৰিব পাৰে তাৰে লক্ষ্য লৈ অগ্ৰসৰ হৈছে দীপজ্যোতি ৷
uparjan.in
Негізгі бет ছফটৱেৰ ইঞ্জিনীয়াৰিঙৰ কেৰিয়াৰ বাদ দি আৰম্ভ কৰিলে লোকেল কুকুৰা ফাৰ্ম | Local Chicken Farm In Assam
Пікірлер: 294