চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ চলিব সেয়া নিশ্চিত হৈছে। কামৰূপ জিলা POCSO বিশেষ আদালতে চিকিৎসক দম্পতীসহ মুঠ ৫ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম কৰিছে। POCSO আইনৰ ৬নং ধাৰাৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(ক) আৰু (খ) ধাৰাৰ অধীনত চিকিৎসক দম্পতীৰ বিৰুদ্ধে বিচাৰ চলিব। এই ধাৰাত দোষী সাব্যস্ত হোৱাজনক যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে।
#pratidintime #assam #sangitadutta
Негізгі бет চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ চলিব সেয়া নিশ্চিত হৈছে
Пікірлер: 29