⭕ চিলাপথাৰৰ মিলনপুৰৰ এটা দিব্যাংগ পৰিয়ালৰ কৰুণ গাঁথা
⭕ চৰম অভাৱ আৰু অনাতনৰ মাজেৰে কটাইছে ৰমেন গগৈৰ পৰিয়ালে
⭕ পাঁচ জনীয়া পৰিয়ালটোৰ তিনিজননেই দিব্যাংগ
⭕ ৰমেন গগৈৰ পৰিয়ালে কটাইছে দুৰ্বিষহ জীৱন, আওপুৰণি হুইল চেয়াৰেই তেওঁলোকৰ সাৰথি
⭕ সহায়ৰ বাবে কাতৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
Негізгі бет চিলাপথাৰৰ মিলনপুৰৰ এটা দিব্যাংগ পৰিয়ালৰ কৰুণ গাঁথা, ৫জনীয়া পৰিয়ালটোৰ তিনিজননেই দিব্যাংগ
Пікірлер: 14