খোল বাদ্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে আমি সামান্য প্ৰচেষ্টাৰে এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছো । আশা ৰাখিছোঁ, আমাৰ এই প্ৰচেষ্টাক আকোঁৱালি লৈ আমাৰ ভূল ক্ৰটিবোৰ আঙুলিয়াই আমাৰ সাংগীতিক যাত্ৰাৰ অংশীদাৰ হয় যেন ।
#অসম
#চৰাইদেউ #শিৱসাগৰ #লোকনৃত্য #খোলবাদ্য #সত্ৰীয়ানৃত্য
Негізгі бет class 2 খোলৰ আৰম্ভণি বোল
Пікірлер: 70