⛔গোচৰ প্ৰত্যাহাৰ কৰিবলৈ তফাজ্জুলৰ পৰিয়ালটোক ভয়-ভাবুকিৰ লগতে নগদ ধনৰ ক্ষতিপূৰণৰ প্ৰলোভনৰ অভিযোগ নগাঁও আৰক্ষীৰ বিৰুদ্ধে।
⛔৫০ লাখ টকাৰে তফাজ্জুলৰ পৰিয়ালৰ মুখ বন্ধ কৰাৰ চেষ্টা চলোৱা অভিযোগ উত্থাপিত হৈছে।
⛔গোচৰ উঠাই ল’লে হেনো ৫০ লাখ টকাৰ লগতে দুই বিঘা মাটি আৰু ৫ টা ঘৰ নিৰ্মাণ কৰি দিয়াৰ টোপ দিছে আৰক্ষীয়ে!
⛔কেৱল তফাজ্জুলেই নহয়; পূৰ্বেও আৰক্ষীৰ ভুলৰ বাবে ডিম্বেশ্বৰ, দীপাংকৰ, সুৰজ, অজয়কে ধি বহুতৰে আৰক্ষীৰ অত্যাচাৰৰ ফলত হেৰুৱাইছিল প্ৰাণ; বাছি লৈছিল চৰম পথ!
⛔মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মহোদয়.... কিমান আৰু অৰাজকতা, অশান্তি, আৰক্ষীৰ বৰ্বৰতা চলিব আপোনাৰ শাসনকালত?
⛔যদিহে এইবোৰ নিয়ন্ত্ৰণেই কৰিব নোৱাৰে তেন্তে গৃহমন্ত্ৰীৰ দপ্তৰটো আপোনাৰ হাতত ৰখাৰ কিবা যুক্তি আছে নে?
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - facebook.com/nenownews/
Twitter - twitter.com/NENowNews/
Instagram - instagram.com/northeast.now
Негізгі бет CM মহোদয়; কেনে ফটুৱা "পুলিচী শাসন"? কিমান নিৰীহৰ প্ৰাণ ল'ব অসম আৰক্ষীয়ে?
Пікірлер: 131