D.C.S.U ELECTION 2023-24
#darrangcollege #darrangian❤️
--
৭৮ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ
ইতিহাসৰ বহু ঘটনাৰ সাক্ষী
আমাৰ আপোন, সকলোৰে আপোন
এই দৰং মহাবিদ্যালয় ।
উত্তৰ পাৰৰ নালন্দা ৰূপে খ্যাত দৰং মহাবিদ্যালয়ত বলিছে এতিয়া নিৰ্বাচনৰ বতাহ,নিৰ্বাচন মানে ছাত্ৰ-ছাত্ৰীৰ মাজত এক বেলেগ উৎসাহ উদ্দীপনা, মহাবিদ্যালয়খনত এতিয়া এক উৎসৱমুখৰ পৰিৱেশ। সকলো ব্যস্ত নিৰ্বাচনৰ প্ৰচাৰত।
এয়া ২০২৩-২৪ বৰ্ষৰ নতুন ছাত্ৰ একতা সভাৰ আৰম্ভনি ।
মহাবিদ্যালয়ৰ হকে কাম কৰি যাবৰ বাবে প্ৰতি বৰ্ষতে ওলাই আহে এজাক শক্তিশালী চিন্তাশীল দৰঙীয়ান। একেদৰে এই বৰ্ষতো দৰং মহাবিদ্যালয়ক নেতৃত্ব দিবৰ বাবে দৰঙীয়ানৰ মাজৰ পৰা ওলাই আহিছে সৃষ্টিশীল, শক্তিশালী চিন্তা আৰু নতুন পোহৰৰে দৰংক উজ্জ্বলাবলৈ সভাপতিৰ পদত ঔম চৌধুৰী(Om Choudhury)ঔমৰ মন্ত্ৰৰে এইবাৰ জিলিকিব দৰংৰ নতুন শিখা।
উপ সভাপতি পদত দেৱব্ৰত বৰুৱা(Debabroth Baruah)কেতিয়াও নহয় সি ভাগৰুৱা
সাধাৰণ সম্পাদকৰ পদত সমৰজিৎ মহন্ত(Samarjit Mahanta)আনিব নতুনত্ব।
স: সাধাৰণ সম্পাদকৰ পদত ৰাহুল ঘিমিৰে (Rahul ghimire)
সাহিত্য সম্পাদিকাৰ পদত সন্ধ্যা দেৱী (Sandhya devi)
সাংস্কৃতিক সম্পাদকৰ পদত ভাগ্যজিৎ বৰা ( Bhagyajit Borah)
তৰ্ক আৰু আলোচনা সম্পাদকৰ পদত বিজয় বৰা (Bijot Borah)
কলা আৰু হস্তশিল্প সম্পাদকৰপদত বিশাল ডেকা (Bishal Deka)
ব্যাম আৰু শৰীৰচৰ্চা সম্পাদকৰ পদত পিনাকিচ ভূঞা (Pinakish Bhuyan)
সাধাৰণ ক্ৰীডা সম্পাদকৰ পদত প্ৰণৱজ্যোতি দলে (Pranab Jyoti Doley)
বহি: ক্ৰীডা সম্পাদকৰ পদত ইৰফান আলি হুছেইন (Irfan Ali Hussain)
আন্ত: ক্ৰীডা সম্পাদকৰ পদত টংকেশ্বৰ হেমৰম (Tankeshwar Hemrom)
সমাজ সেৱা সম্পাদকৰ পদত ৰাজ শৰ্মা (Raj Sharma)
আহক এইসকল দৰঙীয়ানৰ চিন্তা আৰু প্ৰয়াসক বাস্তবত প্ৰতিফলিত কৰো আৰু নতুন প্ৰতিস্ফলনেৰ এখন সুষ্ঠ,সবল আৰু শক্তিশালী ছাত্ৰ একতা সভা গঠনত আমিও অংশীদাৰ হওঁ ।
আমি ৰাজনীতি নকৰো ছাত্ৰ নীতি কৰিম নতুন চিন্তাৰে নতুন দৃষ্টিভংগীৰে আগ বাঢ়িম।
জয়তু দৰং মহাবিদ্যালয়
Be a jewel among men
#darrangcollege #darrangian❤️
#explore #reels #reelsinstagram #tezpurian #buddies #love #lovequotes #school #memories #college #collegememories #darrangcollege #darrangian❤️ #darrangian #darrangcollegeconfession #darrangements #darrangians😎 #tezpurcollege #darrangian #darrangcollege #tezpur
Негізгі бет D.C.S.U ELECTION 2023-24 || darrang college || darrangian
Пікірлер