ৰঙালীৰ মঞ্চত চমক দিছে ইজনৰ পিছত সিজন জনপ্রিয় শিল্পীয়ে। আৰু ইয়াৰ মাজতে দীর্ঘ বিৰতিৰ অন্তত মঞ্চ কঁপালে যশস্বী শিল্পী জিতুল সোণোৱালে। নবৈ দশকৰ সেই চিৰ পৰিচিত গীত আৰু সেই বিশেষ সুঁহুৰিটো লৈ দর্শকক মন্ত্রমুগ্ধ কৰিলে যশস্বী শিল্পীগৰাকীয়ে।
#PratidinTime #assamnews #assam #jitulsonowal
Негізгі бет দীর্ঘ বিৰতিৰ অন্তত মঞ্চ কঁপালে যশস্বী শিল্পী জিতুল সোণোৱালে।
Пікірлер: 54